--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰাক্তন স্বামী আৰু সতীনীয়েকৰ স’তে একেলগে থাকে এগৰাকী মহিলা৷ মহিলাগৰাকীৰ স’তে বিচ্ছেদ হোৱাৰ পাছতে প্ৰাক্তন স্বামীজনে পুনৰ বিয়া পাতিছিল৷ প্ৰাক্তন স্বামীৰ বৰ্তমানৰ পত্নীৰ সৈতে মহিলাগৰাকীৰ সম্পৰ্ক বন্ধুত্বমূলক। সেয়ে তেওঁলোক একেলগে থাকে৷

৩৫ বছৰীয়া মহিলাগৰাকীৰ নাম আন্না অষ্টাৰহাউছ৷ তেওঁৰ চাৰিটি শিশুও আছে৷ তেওঁৰ প্ৰাক্তন স্বামীৰ নতুন পত্নী এনি চালাজাৰৰ মাজত এনে এক সম্পৰ্ক গঢ় লৈ উঠিছে যিটো সঁচাকৈয়ে আচৰিত ধৰণৰ। আন্নাই কয়, “প্ৰথমতে ইমান সহজ নাছিল। আনকি শিশুটিক এনিৰ লগত এৰি যাবলৈও ভয় কৰিছিলোঁ।”

আনাই কয় যে ২০০১ চনত তেওঁ আৰু লুচিয়ানোৰ বিয়া হৈছিল। তেওঁলোকৰ ৪ গৰাকী কন্যাও আছে। দহ বছৰৰ মূৰত ২০১১ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়। দুয়োজনে নিজৰ নিজৰ জীৱনৰ ব্যৱস্থা কৰিলে। নতুন দম্পতীৰ পুনৰ ৩টা সন্তান হয়। তাৰ পিছত হঠাতে এদিন আন্নাই অনুভৱ কৰে যে তেওঁলোক সকলোৱে পৰিয়াল হিচাপে একেলগে থকা উচিত।

অতীত আৰু বৰ্তমানে প্ৰমাণ কৰিছে যে ওচৰ-চুবুৰীয়া মানুহে যিয়েই নকওক কিয়, কোনো শব্দই নিজৰ মাজৰ সেই বন্ধন শিথিল কৰিব নোৱাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস