--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নীলা ছবিৰ নায়িকা বুলি ক’লেই প্ৰথমে আহে মিয়া খলিফাৰ নাম৷ আন অভিনেত্ৰী বিচাৰি পোৱাটো বহুত কঠিন যিয়ে তেওঁক  পৰাজিত কৰিব পাৰে। ছানী লিয়নীতকৈয়ো  মিয়া খলিফা সদায় আগবাঢ়ি আছিল। নীলা ছবিত  অভিনয় কৰি কিমান টকা উপাৰ্জন  কৰিছে সেয়া এতিয়া ৰাহুৱা কৰিছে অভিনেত্ৰীগৰাকীয়ে৷ 


মিয়া খলিফাৰ মতে তেনে ছবিত অভিনয় কৰাটোও এক কলা৷ সেই কলাৰ জৰিয়তে তেওঁ লাভ কৰিছে প্ৰচুৰ ধন৷ মিয়া খলিফাই তেওঁৰ   ব্যক্তিগত  ব্যক্তিগত জীৱনৰ কথা সচৰাচৰ ৰাজহুৱা নকৰে৷অৱশ্যে দীৰ্ঘদিন ধৰি অনুৰাগীসকলৰ কৌতূহলৰ বাবেই  মিয়াই টুইটাৰত এটা ভিডিঅ' আপলোড কৰিছে আৰু তেওঁৰ  পাৰিশ্ৰমিকৰ বিষয়ে তথ্য প্ৰকাশ কৰিছে৷ 




মিয়াই ভিডিঅ'টোত কৈছে যে তেওঁ ছবিত  অভিনয় কৰি মুঠ ১২,০০০ ডলাৰ (ভাৰতীয় মুদ্ৰাত প্ৰায় ৯ লাখ ৭২ হাজাৰ ৬৪৬ টকা) উপাৰ্জন কৰিছে।


মিয়াই ভিডিঅ'টোত কয়, "বহুলোকে ভাবে যে মই নীলা ছবিৰ পৰা কোটি কোটি টকা উপাৰ্জন কৰিছো। কিন্তু সেয়া সম্পূৰ্ণৰূপে সঁচা নহয়। মই চলচ্চিত্ৰত অভিনয় কৰি ১২ হাজাৰ ডলাৰহে উপাৰ্জন কৰিছিলো। ইয়াৰ পিছত, মই কেতিয়াও অভিনেত্ৰী হিচাপে এটা পইচাও উপাৰ্জন কৰা নাছিলো। নীলা ছবি এৰি দিয়াৰ পিছত কাম পাবলৈ বহু অসুবিধাৰ সন্মুখীন হৈছো। ''

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ