--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যুৱতীসকলে নখ সুন্দৰকৈ ৰাখি ভালপায়। বৰ্তমান যুৱতীসকলে ফেশ্বনৰ কবলত পৰি নেইল এক্সটেনচন কৰে। এগৰাকী যুৱতীয়ে জেল নেইল এক্সটেনচন কৰিবলৈ গৈয়েই মাতি আনিলে বিপদ। ইয়াৰ বাবে তেওঁ হাত লৰচৰ কৰাৰ ক্ষমতাও হেৰুৱাই পেলালে।

যুৱতীগৰাকীৰ নাম লিজা ডেৱেই। নিউয়ৰ্কৰ ছয়ত্ৰিশ বছৰীয়া লিজাই ধুনীয়াকৈ নখ ৰাখি ভাল পায়। সেয়ে তেওঁ কেইবাবাৰো নেইল এক্সটেনচন কৰিছে।

শেহতীয়াকৈ নেইল এক্সটেনচন কৰাৰ পাছত লিজাই দেখিলে যে হাতখন বৰকৈ জ্বলি পুৰি আছে। লিজাই ডাক্তৰৰ ওচৰলৈ গ’ল। ডাক্তৰে নখ পৰীক্ষা কৰি বুজিব পাৰে যে নখত বেক্টেৰিয়াৰ সংক্ৰমণ হৈছে। ডাক্তৰৰ চেষ্টাত সুস্থ হৈ উঠে লিজা ডেৱেই।

কিন্তু তাৰপাছতো লিজাই নেইল এক্সটেনচন কৰিবলৈ নেৰিলে। আকৌ তেওঁ গ’ল নেইল এক্সটেনচন কৰাবলৈ। এইবাৰ আকৌ যুৱতীগৰাকীৰ আঙুলিত তীব্ৰ বিষ অনুভৱ হ’ল। হাতৰ শক্তিও অলপ সময়ৰ ভিতৰতে হেৰুৱাই পেলালে। তেওঁৰ নখৰ অৱস্থাও বৰ বেয়া হৈ পৰিল। তেওঁৰ আঙুলিৰ ছালখন বৰ বেয়া হৈ গৈছে। নখবোৰো হৈ পৰিল অতি বেয়া।  বিষৰ বাবে আঙুলিবোৰো লৰচৰ কৰিব নোৱাৰা হৈ পৰিল। এতিয়া লাজতে হাতখন কাকো দেখুৱাব নোৱাৰা হ’ল লিজাই। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস