--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : গ্ৰীষ্মকালত ঘামচি ওলোৱাৰ বাবে বেছিভাগ মানুহৰে বাহুৰ তলৰ অংশ ক’লা হৈ পৰে, যিটো চাফা কৰাটো অতি কঠিন কাম। ডাৰ্ক আণ্ডাৰআৰ্ম হোৱাৰ অন্য বহু কাৰণ থাকিব পাৰে। আজি আমি এনে কিছুমান টিপছৰ বিষয়ে জানিম, যাৰ দ্বাৰা আপুনি ডাৰ্ক আণ্ডাৰআৰ্মৰ পৰা সহজে মুক্তি পাব পাৰে।

 নেমুৰে বাহুৰ তলৰ অংশ উজ্জ্বল কৰাৰ বাবে নেমুটো ডাঠকৈ কাটি কেইমিনিটমানৰ বাবে বাহুৰ তলত ঘঁহি কেইমিনিটমানৰ পাছত গৰম পানীৰে ধুই শুকুৱাই লওক আৰু তাৰ পাছত মইশ্ব’ৰাইজাৰ লগাওক। দৈনিক এনে কৰাৰ ফলত বাহুৰ তলৰ অংশৰ ৰং পাতল হ’বলৈ আৰম্ভ কৰিব।

 আলুৰ ৰস ব্যৱহাৰ কৰিও বাহুৰ তলৰ অংশ পৰিষ্কাৰ কৰিব পাৰি। ইয়াৰ বাবে আলুখিনি কুটি তাৰ ৰস উলিয়াই লৈ বাহুৰ তলৰ অংশত লগাই শুকুৱাই ল’ব লাগে। কেইমিনিটমানৰ পাছত বাহুৰ তলৰ অংশ ধুই মইশ্ব’ৰাইজাৰ লগাই দিব লাগে। নিয়মিতভাৱে এনে কৰিলেও বাহুৰ তলৰ অংশ পৰিষ্কাৰ হৈ পৰিব।

 ক’লা বাহুৰ তলৰ অংশ আঁতৰাবলৈ নেমুৰ ৰস আৰু হালধি গুড়িৰে তৈয়াৰী পেষ্টো অতি উপকাৰী। ইয়াৰ বাবে ২ চামুচ নেমুৰ ৰস লৈ ১ চামুচ হালধি গুড়ি মিহলাই দিব লাগে। ইয়াৰ পাছত এই পেষ্টটো বাহুৰ তলৰ অংশত লগাই প্ৰায় ৩০ মিনিট শুকুৱাৰ পাছত পৰিষ্কাৰ পানীৰে ধুই পেলাব লাগে। ইয়াৰ ফলত বাহুৰ তলৰ ক’লা দাগ লাহে লাহে নোহাৱা হৈ পৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ