--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কালিকা লগা দেওবাৰ! আজি পুৱাই  নেপালৰ পোখৰা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ৰানৱেত এখন ৭২ আসন থকা  যাত্ৰীবাহী বিমান দুৰ্ঘটনাগ্ৰস্ত হয়।  ইয়েটি এয়াৰলাইনছৰ বিমানখনত মুঠ ৬৮ গৰাকী  যাত্ৰী আৰু চাৰিজন বিমান কৰ্মচাৰী আছিল। 

 ইয়েতি এয়াৰলাইনছৰ মুখপাত্ৰ সুদৰ্শন বাৰ্তাউলাই কয় যে এতিয়ালৈকে ১৬ জন যাত্ৰীৰ মৃতদেহ উদ্ধাৰ কৰিব পৰা গৈছে।  দুৰ্ঘটনাস্থলীৰ এটা  ভিডিঅ' ছচিয়েল মিডিয়াত প্ৰকাশ পাইছে। জানিব পৰা মতে ৰানৱেতে উৰণৰ সময়তে বিমান খনত জুই লাগে আৰু নিমিষৰ ভিতৰতে সমগ্ৰ বিমান খনক জুয়ে আবৰি ধৰে। সবিশেষ খবৰৰ বাবে অপেক্ষা কৰা হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ