--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  স্বাধীন ভাৰতত ভৰি ৰাখিব পৰা নাছিল নেতাজীয়ে। কিন্তু এতিয়া অন্ততঃ তেওঁৰ চিতাভস্ম টাইৱানৰ পৰা দেশলৈ অনা উচিত। নেতাজী সুভাষ চন্দ্ৰ বসুৰ জীয়ৰী অনিতা বসু পাফে ১২৬ তম জন্মদিনত এই ইচ্ছা প্ৰকাশ কৰিছে। এই ক্ষেত্ৰত তেওঁ দেশবাসীৰ সহায় বিচাৰিছে। এই ভাষ্যৰ দ্বাৰা তেওঁ স্বীকাৰ কৰে যে ১৯৪৫ চনৰ ১৮ আগষ্টত টাইৱানত বিমান দুৰ্ঘটনাতে নেতাজীৰ মৃত্যু হৈছিল।

এএনআইক দিয়া এক সাক্ষাৎকাৰত নেতাজীৰ জীয়ৰী অনিতাই কয়, "মই সকলো ভাৰতীয়ক নেতাজীৰ চিতাভস্ম ঘূৰাই অনাত মোক সহায় কৰিবলৈ অনুৰোধ জনাইছো। এয়া অতি দুৰ্ভাগ্যজনক যে তেওঁ স্বাধীন ভাৰত দেখিবলৈ জীয়াই থকা নাছিল। যদি তেওঁৰ চিতাভস্ম স্বদেশলৈ ঘূৰাই অনা হয়, তেন্তে এইটো অন্ততঃ এটা ভাল কাম হ’ব।’’

"মই ভাৰতৰ সকলো পুৰুষ আৰু মহিলাৰ সমৰ্থন বিচাৰো। মই আপোনাক এই বিষয়ত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো।’’- অনিতাই কয়।

সোমবাৰে এএনআইক দিয়া এক সাক্ষাৎকাৰত অনিতাই কয় যে নেতাজীৰ সপোন আছিল যে ধৰ্ম আৰু জাতি নিৰ্বিশেষে দেশৰ সকলো পুৰুষ আৰু মহিলাই সমান অধিকাৰৰ সৈতে ভাৰতত বাস কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক