--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপুনি মানসিক চাপত আছে নেকি বা নেতিবাচক চিন্তাই আপোনাক বহুত অশান্তি দিছে নেকি? মানসিক অশান্তিৰ বাবে আপুনি অনিদ্ৰা বা শাৰীৰিক সমস্যাত ভুগিছে নেকি, তেন্তে আপুনি এক উপায় অৱলম্বন কৰক। ইয়াৰ বাবে সম্পূৰ্ণ মনোযোগেৰে আপুনি মন্ত্ৰ জপ কৰিব লাগিব। মনৰ পৰা নেতিবাচক শক্তি আঁতৰাবলৈ, মনক শান্ত কৰি ৰাখিবলৈ, ৰাতিপুৱা সোনকালে উঠি পৰিষ্কাৰ আৰু বিশুদ্ধ ঠাইত বহি ঔম মন্ত্ৰ জপ কৰক। ইয়াৰ দ্বাৰা শাৰীৰিক আৰু মানসিক উপকাৰ পোৱা যায়।

সমগ্ৰ বিশ্বতে অতীজৰে পৰা ধ্যান বা জপ পদ্ধতিক মনক শান্ত কৰিবলৈ প্ৰয়োগ কৰি অহা হৈছে। এয়া ভাৰতৰ উপহাৰ। হিন্দু শাস্ত্ৰ আৰু গ্ৰন্থতো কোৱা হৈছে যে ঋষি আৰু তপস্বীসকলে কেনেকৈ তপস্যা আৰু ধ্যান শক্তিৰে নিজকে জয় কৰিছিল। 

এইদৰে ধ্যান কৰক:

- ঔম মন্ত্ৰ জপ কৰা পাছত শৰীৰত হোৱা কম্পনে আপোনাৰ হৃদস্পন্দন আৰু হৃদযন্ত্ৰ সুস্থ কৰি ৰখাত সহায় কৰে। লগতে শৰীৰৰ পৰা ঋণাত্মক শক্তি আঁতৰাই পেলায়।

- ঔম মন্ত্ৰ জপ কৰি থাকোঁতে শৰীৰটো পোন কৰি ৰাখি ভৰি দুখন ক্ৰছ কৰি বহিব। মনত ৰাখিব যে মেৰুদণ্ড পোন হ’ব লাগে।

- সম্পূৰ্ণ মনোযোগেৰে ঔম জপ কৰক আৰু ১০ মিনিটলৈকে পানী স্পৰ্শ নকৰিব

- নিয়মিত এনেদৰে জপ কৰিলে শৰীৰে ইতিবাচকতা সৃষ্টি কৰে আৰু মনটোও শান্ত হৈ থাকে।

- এনেদৰে দৈনিক কৰিলে নেতিবাচক চিন্তা লাহে লাহে আপোনাৰ মাজৰ পৰা নোহোৱা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক