--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিভিন্ন সময়ত বিভিন্ন খবৰৰ বাবে বলীউড কিম্বা হলীউড তাৰকাৰ প’ষ্টসমূহ ভাইৰেল হৈ পৰা দেখা যায়। একাধিক অনাকাংক্ষিত খবৰে চুই যায় বলীউড কিম্বা হলীউডৰ মঞ্চ। এইবাৰ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এখন বিশেষ ফটো। নগ্ন ফটো প’ষ্ট কৰিছে হলীউড তাৰকা কেটী পেৰীয়ে। ইনষ্টাগ্ৰামত প’প তাৰকাৰ নগ্ন ছবিক লৈ সৰ্বত্ৰে এতিয়া বিতৰ্কৰ সূত্ৰপাত হোৱা দেখা গৈছে। কেটীৰ নগ্ন ছবিখনৰ কমেণ্টত প্ৰেমিকা তথা হলিউড অভিনেতা অৰলেণ্ডো ব্লুমে ঘৰ-সংসাৰৰ প্ৰসংগ উত্থাপন কৰাৰ পাছতে লাইক, কমেণ্টেৰে ভৰি পৰিছে কেটীৰ ইনষ্টাগ্ৰাম প’ষ্ট। পিন্ধনত কেৱল এটা ক'লা পেণ্ট পৰিহিতা কেটীয়ে দুৱাৰত আউজী কেমেৰালৈ ঘূৰি চাইছে। কেটীৰ শৰীৰৰ অৰ্ধাংগ অনাবৃত। কেটীৰ কেকোৰা চুলিয়ে চুইছেহি কঁকাল। ছবিখনৰ কেপচনত কেটীয়ে লিখিছে, ‘লেট ইট বাৰ্ণ।’ ছবিখনৰ কমেণ্টত অৰলেণ্ডো ব্লুমে লিখিছে, ‘ঘৰত বাদাম,গাখীৰ শেষ হৈছে। তুমি অলপমান আনিব পাৰিবা নেকি?’ হলিউড তাৰকাগৰাকীৰ এই মন্তব্যৰ পাছতে ২৪ ঘণ্টাত ১৪,৫০০ লাইকেৰে ভৰি পৰিছে কেটীৰ প’ষ্ট। ৩৬ বছৰীয়া পপ তাৰকা তথা ‘পাইৰেটছ অফ দ্য কেৰিবিয়ান’ ছবিৰ জনপ্ৰিয় অভিনেতা অৰলেণ্ডোই ২০১৬ চনৰ পৰাই কেটীৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে। ২০১৭ চনত ইজনে-সিজনৰ পৰা আঁতৰি গৈছিল যদিও পাছৰ বছৰত দুয়ো পুনৰ একেলগে থকাৰ লৈছিল পন। ২০১৯ চনত সম্পন্ন হয় দুয়োৰে বিবাহ। ২০২০ চনত দুয়োজন তাৰকাৰ জীৱনলৈ আহে প্ৰথম সন্তান।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু