--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড অভিনেতা ৰণবীৰ সিঙে নগ্ন ফটোশ্বুট কৰা পাছৰে পৰা অহৰহ সমস্যাত পৰিছে। এখন আলোচনীৰ বাবে নগ্ন ফটো শ্বুট কৰাৰ পিছত সমালোচনাৰ সন্মুখীন হোৱাই নহয়, অভিনেতাগৰাকীৰ বিৰুদ্ধে এফআইআৰও পঞ্জীয়ন কৰা হৈছে। বৰ্তমান এই বিষয়ত আহিছে এটা নতুন খবৰ।

নগ্ন ফটোশ্বুট কৰি বিতৰ্কত অহা বলিউদ অভিনেতা ৰণবীৰ সিঙক ২২ আগষ্টত সোধা পোচা কৰা হ’ব। চলিত মাহৰ শেষৰফালে অভিনেতা ৰণবীৰ সিঙক মুম্বাই চেম্বুৰ আৰক্ষী থানাত নগ্ন ফটোশ্বুট সন্দৰ্ভত সোধা পোচাৰ বাবে উপস্থিত হ’বলৈ আহ্বান জনাইছে মুম্বাই আৰক্ষীয়ে।২২ আগষ্টত হাজিৰ হ’বলৈ নিৰ্দেশ জনোৱাৰ নটিচ দিবলৈ অভিনেতাগৰাকীৰ বাসগৃহলৈ গৈছিল মুম্বাই আৰক্ষীৰ এটা দল। চলিত মাহৰ শেষৰফালে অভিনেতা ৰণবীৰ সিঙক মুম্বাই চেম্বুৰ আৰক্ষী থানাত নগ্ন ফটোশ্বুট সন্দৰ্ভত সোধা পোচা কৰা হ’ব। 

২২ আগষ্টত হাজিৰ হ’বলৈ নিৰ্দেশ জনোৱাৰ নটিচ দিবলৈ অভিনেতাগৰাকীৰ বাসগৃহলৈ গৈছিল মুম্বাই আৰক্ষীৰ এটা দল।শুকুৰবাৰে মুম্বাই আৰক্ষীয়ে অভিনেতা ৰণবীৰ সিঙৰ ঘৰত উপস্থিত হৈ গম পায় যে তেওঁ মহানগৰীত নাই। সেয়ে পুলিচ ৰণবীৰৰ ঘৰৰ পৰা সোনকালে ঘূৰি আহিল। ৰণবীৰ মু্ম্বাইলৈ ঘূৰি আহিলে মুম্বাই পুলিচে পুনৰ তেওঁৰ ঘৰলৈ গৈ জাননী দিব। 

উল্লেখ্য যে মুম্বাইৰ এটা বেচৰকাৰী সংস্থাই দিয়া অভিযোগৰ ভিত্তিত মুম্বাই আৰক্ষীয়ে অভিনেতাজনক সোধা পোচাৰ বাবে থানাত হাজিৰ হ’বলৈ নিৰ্দেশ দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ