--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ''নাৰীক শাৰী পিন্ধিলেও দেখি ভাল লাগে, চেলোৱাৰ পিন্ধিলেও দেখি ভাল লাগে আৰু একো নিপিন্ধিলেও মই ভাল দেখো।’’ যোগগুৰু বাবা ৰামদেৱে মহাৰাষ্ট্ৰ এটা অনুষ্ঠানত কৰা এই মন্তব্যই শেহতীয়াকৈ তীব্ৰ প্ৰতিক্ৰিয়া লাভ কৰিছে।

ৰামদেৱৰ এই মন্তব্যক লৈ সৰৱ হৈ পৰিছে দিল্লী কমিছন ফৰ ৱ’মেনৰ মুৰব্বী স্বাতী মালিৱালে। টুইটাৰযোগে ৰামদেৱৰ বক্তব্যৰ ভিডিঅ’ শ্বেয়াৰ কৰি মালিৱালে যোগগুৰুজনৰ পৰা ক্ষমাপ্ৰাৰ্থনাৰ দাবী কৰিছে।

''সকলো নাৰীকে এই মন্তব্যই আঘাট দিছে। বাবা ৰামদেৱজীয়ে দেশবাসীৰ ওচৰত মন্তব্যটোৰ বাবে ক্ষমা বিচৰা উচিত।’’- মালিৱালে টুইটাৰত লিখে।

উল্লেখ্য যে অনুষ্ঠানটোত মহাৰাষ্ট্ৰ উপমুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছৰ পত্নী অম্ৰুতা ফাডনাৱিছো উপস্থিত আছিল। ৰামদেৱৰ এই মন্তব্যৰ প্ৰতিবাদ অম্ৰুতাই অনুষ্ঠানটোত কিয় নকৰিলে সেই লৈও উদ্ধৱ ঠাকৰেপন্থী শিৱসেনাৰ নতা সঞ্জয় ৰাউটে প্ৰশ্ন তুলিছে।

ৰাউটে প্ৰশ্ন কৰে যে ৰামদেৱৰ বিৰুদ্ধে মহাৰাষ্ট্ৰ চৰকাৰে কিয় কোনো ব্যৱস্থা লোৱা নাই? মহাৰাষ্ট্ৰ চৰকাৰৰ কণ্ঠ দিল্লীৰ ওচৰত বন্ধকত ৰখা হৈছে নেকি?

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক