--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰাক্তন প্ৰেমিকাৰ ভাবুকিৰ পিছতে আৰক্ষীৰ কাষ চাপিছিল কে চি কেৰিয়াপ্পাই। কৰ্ণাটকৰ ক্ৰিকেটাৰগৰাকীৰ প্ৰাক্তন প্ৰেয়সীয়ে ক্ৰিকেট কেৰিয়াৰ শেষ কৰাৰ হুংকাৰ দিছিল। আৰক্ষীক সেই কথাই ক’লে ক্ৰিকেটাৰগৰাকীয়ে। প্ৰাক্তন প্ৰেমিকাগৰাকীয়ে মদ্যপান কৰা বুলিও অভিযোগ কৰে ক্ৰিকেটাৰগৰাকীয়ে।

এবছৰ পূৰ্বে তেওঁৰ প্ৰাক্তন প্ৰেয়সীয়ে কৰিয়াপ্পাৰ বিৰুদ্ধে আৰক্ষীৰ এজাহাৰ দাখিল কৰিছিল। এইবাৰ কেৰিয়াপ্পাই অভিযোগ কৰিলে প্ৰাক্তন প্ৰেমিকাৰ বিৰুদ্ধে। তেওঁৰ ঘৰ কৰ্ণাটকৰ নাগাছাণ্ডত। কাৰিয়াপ্পাই কয় যে তেওঁৰ প্ৰেমিকাজনে বিভিন্ন নিচাত লিপ্ত হয়। কাৰিয়াপ্পাই লগতে কয় যে তাৰ বাবেই তেওঁৰ প্ৰেমিকাৰ সৈতে ব্ৰেকআপ হৈছিল। ক্ৰিকেটাৰগৰাকীয়ে আৰক্ষীক জনোৱা মতে তেওঁৰ প্ৰাক্তন প্ৰেমিকাগৰাকীয়ে আত্মহত্যাৰ ভাবুকি দিছিল। 

যোৱা বছৰ মহিলাগৰাকীয়ে অভিযোগ কৰিছিল যে কেৰিয়াপ্পাই তেওঁক গৰ্ভধাৰণ কৰি জোৰকৈ গৰ্ভপাত কৰিবলৈ বাধ্য কৰাইছিল। মহিলাগৰাকীয়ে লগতে কয় যে কেৰিয়াপ্পাই তেওঁক বিয়া কৰাম বুলি প্ৰতিশ্ৰুতি দিছিল।

২০১৫ চনত কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ আই পি এল কেৰিয়াৰ আৰম্ভ কৰিছিল কাৰিয়াপ্পাই। কে কে আৰৰ হৈ মাত্ৰ এখন মেচ খেলিছিল। পিছৰ বছৰত কাৰিয়াপ্পাই পঞ্জাব কিংছত যোগদান কৰে। ২০২০ চনত মুকলি কৰি দিছিল তেওঁক। ২০২১ চনত ৰাজস্থান ৰয়েলছত আছিল। কাৰিয়াপ্পাই ২০২১ চনত কৰ্ণাটকৰ হৈ বিজয় হাজাৰে ট্ৰফীত খেলিছিল। কিন্তু তেওঁ তেনেকৈ ছাপ পেলাব পৰা নাছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক