--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিজৰ কন্যাৰ ওঁঠত ওঁঠ ৰাখি ফটো শ্বেয়াৰ কৰিছে ঐশ্বৰ্য ৰায় বচ্ছনে। দেখাত সমকামী প্ৰেমৰ দৰে হোৱা এই ফটোখনে সামাজিক মাধ্যমত ভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

ঐশ্বৰ্য আৰু অভিষেকৰ কন্যা আৰাধ্যাই ১১ বছৰত ভৰি দিলে। জন্মদিন উপলক্ষে মাতৃ ঐশ্বৰ্যই নিজৰ জীয়েকৰ স’তে তেওঁৰ এখনি ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰে।

ফটোখনত দেখা পোৱা গৈছে যে মাক আৰু জীয়েকে নিবিড়ভাৱে চুম্বনৰত অৱস্থাত আছে। সহজ চুমা নহয়, ওঁঠত ওঁঠ ৰাখি এই চুম্বন কৰা হৈছে।

ফটোখন শ্বেয়াৰ কৰি ঐশ্বৰ্যই জীয়েক আৰাধ্যাক উদ্দেশ্যি লিখিছে- ''মোৰ ভালপোৱা, মোৰ জীৱন, খুব ভালপাওঁ তোমাক, মোৰ আৰাধ্যা!’’

তাৰপাছতে সামাজিক মাধ্যমত বিভিন্নজনে ভিন্ন ভিন্ন মন্তব্য কৰিছে। কিছুৱে চুম্বনটোক ভাৰতীয় সংস্কৃতিৰ বিৰোধী বুলি আখ্যা দিছে।

আনহাতে ঐশ্বৰ্যৰ অনুৰাগীসকলে এই ধৰণৰ মন্তব্যসমূহৰ বিৰুদ্ধাচাৰণ কৰি লিখিছে যে এগৰাকী মাতৃয়ে জীয়েকৰ প্ৰতি থকা স্নেহৰ বাৰ্তা দিছে ফটোখনৰ জৰিয়তে।

সামাজিক মাধ্যমত হোৱা এই প্ৰতিক্ৰিয়াসমূহৰ কোনো উত্তৰ বৰ্তমানলৈকে দিয়া নাই ঐশ্বৰ্যই। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক