--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ নিজৰ সম্পত্তিৰ বেছি ভাগ মানৱীয় হিতৰ বাবে দান দিব বিচাৰে জেফ বেজছে। বিশ্বৰ চতুৰ্থজন ধনী লোক বেজছ হৈছে আমাজনৰ প্ৰাক্তন চিইঅ’। আমাজনৰ পৰা বিদায় ল’লেও তেওঁ বৰ্তমান নিজৰ মহাকাশ গৱেষণাকাৰী সংস্থা ‘ব্লু অৰিজিন’ৰ চেয়াৰমেন হিচাপে কাৰ্যভাৰ লৈ আছে।

বিশ্বৰ অন্যতম ধনী লোক হিচাপে তেওঁ এলন মাস্কৰ পূৰ্বে প্ৰথম স্থানত আছিল। বেজছৰ সম্পত্তিৰ পৰিমাণ হৈছে ১২,৪০০ কোটি ডলাৰ।

শেহতীয়াকৈ আমেৰিকাৰ এখন সংবাদ মাধ্যমৰ আগত বেজছে কয় যে এই বিপুল পৰিমাণৰ সম্পত্তি তেওঁ বিলাই দিব বিচাৰে। মূলতঃ পৰিৱেশ ৰক্ষা আৰু আৰ্থিক সমতাৰ কামতে এইসমূহ ব্যৱহাৰ কৰিব বিচাৰে।

যদিও ১২,৪০০ কোটি ডলাৰৰ কিমান অংশ দান কৰিব সেই বিষয়ে তেওঁ মুখ খোলা হয়। কিন্তু জনাইছে যে নিজৰ জীৱনকালতে সম্পত্তিৰ অধিকাংশ বিলাই দিব বিচাৰে তেওঁ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক