--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আঠ বছৰৰ সৰু শিৰীষ কুন্দেৰক বিয়া কৰি অনেক গঞ্জনা-উপহাসৰ সমুখিন হৈছিল ফাৰাহ খান। বলিউডৰ কৰিঅ’গ্ৰাফাৰগৰাকীয়ে নিজে এই কথা প্ৰকাশ কৰিছে।

আইটেম গাৰ্ল মালাইকা আৰোৰাৰ ‘মুভিং ইন উইথ মালাইকা’ নামৰ এটা শ্ব’ত ফাৰাহ খানে এইদৰে কৈছে। উল্লেখ্য যে মালাইকাইও তেওঁতকৈ কম বয়সীয়া অৰ্জন কাপুৰৰ স’তে সম্পৰ্কত আৱদ্ধ হৈ আছে। ফাৰাহে মালাইকাক সুধে যে অৰ্জুনৰ স’তে হোৱা এই সম্পৰ্কক লৈ মানুহে কটুক্তি নকৰেনে?

তাৰ উত্তৰত মালাইকাই হাঁহি হাঁহি কয়- “তুমিও এতিয়া এইধৰণৰ কথাক লৈ চিন্তা কৰিছা? বয়স বাঢ়িলে মহিলাসকলে কি এইধৰণৰ চিন্তা কৰে নেকি?”

“বয়স্ক মহিলাসকলক লৈ নানা কথা চলে সমাজত। ল’ৰাই নিজতকৈ কম বয়সীয়া ছোৱালীৰ স’তে প্ৰেম কৰিলে সেয়া স্বাভাৱিক বিষয়। ১০ বছৰৰ ডাঙৰ প্ৰেমিকা থাকিলেতো এজন ল’ৰা পৃথিৱীৰ অধীস্বৰ। কিন্তু সেই একেটা সম্পৰ্কতে থকা ছোৱালীজনীক ককৰ্থনা কৰা হয়। কোনেও তাইক বাহ বাহ নিদিয়ে।”- মালাইকাই আক্ষেপ কৰে।

উল্লেখ্য যে ২০০৪ চনৰ ৪ ডিচেম্বৰত শিৰীষ কুন্দেৰৰ স’তে দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হৈছিল ফাৰাহ খান। ২০০৮ চনত কৃত্ৰিম প্ৰজননৰ সহায়ত ফাৰাহ খানে সন্তানো জন্ম দিয়ে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement