--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
বেছিভাগ নিমখীয়া বিস্কুটৰ কাষত কিছুমান একে  ডিজাইন দেখা যায়। আৰু বেছিভাগ নিমখীয়া বিস্কুটেই  সৰু আৰু ঘূৰণীয়া হয৷  কেতিয়াবা ভাবিছেনে যে এনে হোৱাৰ কাৰণ কি? কেৱল দেখাত আকৰ্ষণীয় কৰিবলৈকে এনেকুৱা কৰা হয় নেকি? 


জানিব পৰা মতে, নিমখীয়া বিস্কুটত এই ডিজাইনাৰ কাটৰ জৰিয়তে, চীজ টুকুৰা টুকুৰা কৰা হয় আৰু বিস্কুটৰ সৈতে খোৱা হয়। বহু লোকে ধাৰণা কৰিছিল যে  কেৱল বিস্কুটবোৰ দেখাত ধুনীয়া  কৰিবলৈকে এই ৰূপ দিয়া হয়৷

মানুহে ইয়াক ভাল পাইছে
এই ভিডিঅ'টোৱে টিকটকত ৩.২ মিলিয়ন দৰ্শন লাভ কৰিছে, আনহাতে ৫০ হাজাৰৰো অধিক লোকে ইয়াক ভাল পাইছে। মানুহে এই বিষয়ে মন্তব্য কৰিছিল আৰু কৈছে যে প্ৰতিদিনে তেওঁলোকে কিবা নতুন শিকিবলৈ পায়। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
গ্ৰাম্য উন্নয়নৰ ক্ষেত্ৰত উজলিল অসম; দেশৰ ভিতৰতে শ্ৰেষ্ঠ অসমৰ ৩খন গাঁও পঞ্চায়ত
ভাৰতত ভয়াৱহ আক্ৰমণৰ ষড়যন্ত্ৰ ISIৰ
দিল্লীৰ মছনদত অধিষ্ঠিত হোৱাৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত বিজেপিৰ নখন ৰাজ্য দখল
উপকাৰী পাচলি গাজৰ; ইয়াৰ আছে নানা স্বাস্থ্য উপকাৰিতা
তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে থালাপতি বিজয়ে
দেশৰ ৰাজহুৱা খণ্ডৰ তেল কোম্পানীৰ মাহে ৩০ হাজাৰ কোটি টকা লোকচান
ডিফুত চাঞ্চল্য! কংগ্ৰেছ নেতা ৰতন ইংতিৰ ঘৰলৈ পেট্ৰ’ল বটল বোমা নিক্ষেপ
’২৬ৰ নিৰ্বাচন: ১২৬টা সমষ্টিৰ বিজয়ী প্ৰাৰ্থীসকলৰ সম্পূৰ্ণ তালিকা চাওঁ আহক
৮ মে’ত ৰাজ্যৰ নতুন চৰকাৰৰ শপতগ্রহণ
কানাডাত লৰেন্স বিষ্ণইৰ ঘনিষ্ঠক গুলীয়াই হত্যা ; দায়িত্ব স্বীকাৰ ৰোহিত গোদাৰা গেঙৰ
জনপ্রিয় অভিনেতাৰ পৰা সফল ৰাজনীতিকলৈ থালাপতি বিজয়ৰ বিশাল পৰিক্ৰমা
পাকিস্তান সেনাৰ বৃহৎ স্বীকাৰোক্তি: হাফিজ ছৈয়দ আৰু মাছূদ আজহাৰক ৰক্ষা কৰিবলৈ যুঁজ দিছে চুবুৰীয়া দেশে
১২৬জনীয়া বিধানসভাত ৫.৫৫% মহিলা প্রতিনিধি, অসম বিধানসভাত প্রতিনিধিত্ব কৰিব ৭গৰাকী মহিলাই
কুঁহিয়াৰ খেতিয়কৰ বাবে সুখবৰ: কেন্দ্ৰীয় কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত