--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ এটা লোমহৰ্ষক হত্যাকাণ্ডই জোকাৰি গৈছে মহাৰাষ্ট্ৰ৷মহৰাষ্ট্ৰৰ পাৰভনী অঞ্চলৰ উখলাদ গাঁৱত গণ উন্মাদনাৰ ফলত এজন নাবালক ল’ৰাৰ মৃত্যু হয়। শনিবাৰে চুৰিৰ সন্দেহত মৃত যুৱকজনৰ লগতে আন দুজন ল’ৰাক ৰাইজে প্ৰহাৰ কৰে। ল’ৰাকেইজনে ছাগলী চুৰি কৰাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে।

ইয়াৰে এজন ল’ৰাই চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাত আঘাতপ্ৰাপ্ত হৈ মৃত্যুক সাৱটি লয়।পাৰভনীৰ আৰক্ষী অধীক্ষক ৰাগসুধা আৰে গণ উন্মাদনাৰ অভিযোগত ৯জন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা বুলি জানিবলৈ দিয়ে। ইয়াৰে চাৰিজনক আৰক্ষীৰ দ্বাৰা গ্ৰেপ্তাৰ কৰা হৈছে।

চলিত বৰ্ষৰ মাৰ্চ মাহত সংঘটিত একেধৰণৰ এক কাণ্ডত বিহাৰৰ সাৰণ জিলাত সংঘটিত হৈছে৷ ৫৬ বছৰীয়া এজন লোকক গো-মাংস কঢ়িয়াই নিয়াৰ সন্দেহত প্ৰহাৰ কৰা বুলি অভিযোগ উঠিছে। কিন্তু আৰক্ষীয়ে তেওঁৰ পৰা কোনো ধৰণৰ গো-মাংস জব্দ কৰাৰ কথা নিশ্চিত কৰা নাই।










FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস