--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ পাছত চুৰাটতো চৰ্চালৈ আহিছে এক হৃদয় বিদাৰক ঘটনা৷ চুৰাটত এজন পিতৃয়ে নিজৰ কন্যাক ২৫ বাৰ ছুৰীৰে আঘাত কৰি হত্যা কৰিছে।ইতিমধ্যে চুৰাটৰ কদোদৰা অঞ্চলৰ পৰা ঘৰুৱা হিংসা আৰু কন্যাক হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে এজন লোকক।

চুৰাটৰ কদোদৰা অঞ্চলৰ এই ঘটনা ১৮ মে'ৰ। যাৰ ভিডিঅ’ ক্ৰমান্বয়ে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। লগতে বিষয়টোৰ তদন্ত চলি আছে। আৰক্ষীৰ পৰা পোৱা তথ্য অনুসৰি হত্যাকাণ্ডৰ দুদিন পাছতে পত্নী ৰেখাৰ অভিযোগৰ ভিত্তিত অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয়। আৰক্ষীয়ে জনোৱা মতে, আক্ৰমণকাৰীৰ নাম ৰামানুজ৷


ৰামানুজে চুৰাটৰ সত্য নগৰ ছ’চাইটিৰ এটা ভাড়াঘৰত পৰিয়ালৰ সৈতে বাস কৰিছিল। তদন্তকাৰী বিষয়াসকলে জনোৱা মতে, তেওঁলোকৰ কন্যাই টেৰেচত শুই থকাৰ বিষয়টোক লৈ অভিযুক্ত আৰু তেওঁৰ পত্নীৰ মাজত তৰ্ক হৈছে। বিতৰ্ক ইমানেই বাঢ়িল যে অভিযুক্তই খং হেৰুৱাই আৰু পৰিস্থিতি আৰু বেয়া হৈ পৰে৷ যাৰ বাবে হিংসা সংঘটিত হৈছিল।এই সমগ্ৰ ঘটনাটো চিচিটিভি কেমেৰাত বন্দী হৈছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস