--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সাম্প্ৰদায়িক সম্প্ৰীতি তথা শান্তি বিঘ্নিত কৰাৰ চেষ্টা কৰিলেই কৰ্ণাটকত নিষিদ্ধ হ’ব আৰ এছ এছ। এই সকীয়নি প্ৰদান কৰিছে এগৰাকী কংগ্ৰেছ নেতাই।

চিত্তপুৰ বিধানসভাৰ বিধায়ক তথা কংগ্ৰেছ নেতা প্ৰিয়াংক খৰ্গেই এই সকীয়নি প্ৰদান কৰিছে। এক টুইট যোগে খৰ্গেই কয়, “যদি কোনো ধৰ্মীয় বা ৰাজনৈতিক সংগঠনে কৰ্ণাটকত শান্তি বিঘ্নিত কৰিবলৈ, সাম্প্ৰদায়িক ঘৃণা বিয়পাই দিবলৈ চেষ্টা কৰে, তেতিয়া আমাৰ চৰকাৰে সেই সংগঠনক আইনগতভাৱে মোকাবিলা কৰিবলৈ বা নিষিদ্ধ কৰিবলৈ কুণ্ঠাবোধ নকৰে। সেয়া লাগিলে আৰ এছ এছ বা আন কোনো সংগঠন হওক।”

লক্ষণীয়ভাৱে, কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচনী ইস্তাহাৰত আন এক হিন্দুত্ববাদী সংগঠন বজৰং দলকো নিষিদ্ধ কৰাৰ প্ৰতিশ্ৰুতি দিছিল কংগ্ৰেছে। কংগ্ৰেছৰ এই নিৰ্বাচনী ইস্তাহাৰক লৈ ব্যাপক বিতৰ্কৰ সৃষ্টি হৈছিল।










FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস