--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ উন্নয়নৰ ফুলজাৰি মৰা বিজেপি চৰকাৰৰ উন্নয়নৰ আন এক ফোপোলা স্বৰূপ উদঙালে নিটি আয়োগে৷ ছবকা কা্ চাথ্ চবকা বিকাশ শ্লগানৰে জয়গান গোৱা বিজেপি চৰকাৰে নিটি আয়োগৰ শেহতীয়া প্ৰতিবেদনে উদঙালে উন্নয়নৰ ফটা ঢোল স্বৰূপ৷ বিজেপিশাসিত দেশৰ কেইবাখনো ৰাজ্য নিটি আয়োগৰ প্ৰতিবেদনত দৰিদ্ৰ ৰাজ্য হিচাপে স্থান লাভ কৰিছে৷

দৰিদ্ৰ ৰাজ্যৰ ভিতৰত ৫২% প্ৰথম স্থান লাভ কৰিছে বিহাৰে৷ ৪২% দ্বিতীয় স্থান লাভ কৰিছে হেমন্ত চুৰেন নেতৃত্বাধীন ঝাৰখাণ্ডে৷ ৩৮% তৃতীয় স্থান লাভ কৰিছে উত্তৰ প্ৰদেশৰ যোগী চৰকাৰে৷ ৩৭% চতুৰ্থ স্থান লাভ কৰিছে মধ্য প্ৰদেশৰ শিৱৰাজ চৰকাৰে৷ আটাইকেইখন ৰাজ্যতে বৰ্তমান বিজেপি চৰকাৰৰ শাসিত৷ প্ৰতিবেদনত দেশৰ আঢ়ৈ কোটি লোক এতিয়াও দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে৷ নিটি আয়োগৰ ৰাষ্ট্ৰীয় বহুমুখী দৰিদ্ৰতা সূচক ৰাজ্যবিলাকৰ শিক্ষা, স্বাস্থ্য আৰু জীৱনৰ ওপৰত ভিত্তি কৰি প্ৰতিবেদন প্ৰস্তুত কৰিছিল আৰু আটাইকেইখন ৰাজ্যৰ মানদণ্ড একেবাৰে নিম্ন পৰ্যায়ৰ৷ উল্লেখ্য যে, নিম্নোক্ত এই ৰাজ্যকেইখন আধাতে শিক্ষা সামৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা সৰ্বাধিক৷ উল্লেখ্য যে, কেৰেলা, চিকিম, তামিলনাডু,পঞ্জাৱ স্থান সকলোতকৈ উন্নত৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ