--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : নিমখৰ অবিহনে খাদ্যৰ সোৱাদ সম্পূৰ্ণ। কিন্তু আপুনি জানেনে যে নিমখ কেৱল খাদ্যৰ সোৱাদ সম্পূৰ্ণ কৰাই নহয়, ইয়াক ব্যৱহাৰ কৰি আপুনি ছালৰ সৌন্দৰ্য্যও বৃদ্ধি কৰিব পাৰে। হয়, নিমখে ব্ৰণ, ছালত টেনিং হোৱাৰ সমস্যা দূৰ কৰিব পাৰে। বিশেষকৈ যদি আপুনি নিমখীয়া পানীৰে মুখ ধুই লয়, তেন্তে ইয়াৰ ফলত বহু ধৰণৰ সমস্যা কমি যায়। নিমখীয়া পানীত থকা গুণে ছালখন এক্সফোলিয়েট কৰে। ইয়াৰ বাহিৰেও ইয়াৰ পৰা বহুতো আশ্চৰ্যজনক লাভ হ’ব পাৰে। নিমখীয়া পানীৰে মুখ ধুলে কি কি উপকাৰিতা আছে জানো আহক?

 ১. নিমখীয়া পানীৰে মুখ ধুলে কি কি উপকাৰিতা আছে?

 * ব্ৰণৰ সমস্যাৰ পৰা মুক্তিঃ-যদি আপুনি নিয়মিতভাৱে নিমখীয়া পানীৰে মুখ ধুই থাকে, তেন্তে আপুনি ব্ৰণৰ সমস্যা দূৰ কৰিব পাৰে। আচলতে নিমখীয়া পানীত নিৰাময়কাৰী গুণ পোৱা যায় যিয়ে আপোনাৰ ছালৰ লগত জড়িত সমস্যা হ্ৰাস কৰিব পাৰে। ইয়াক ব্যৱহাৰ কৰিবলৈ ১বাটি নিমখীয়া পানী লৈ কপাহৰ সহায়ত মুখত লগাওক। প্ৰায় ১৫ মিনিটৰ পাছত স্বাভাৱিক পানীৰে মুখখন ধুব পেলাব। এনে কৰিলে মুখৰ উজ্জ্বলতা বঢ়াৰ  লগতে পিম্পলছৰ পৰাও মুক্তি পাব।

 * ছালখন টোন কৰকঃ-নিমখীয়া পানীয়ে মুখত টোনাৰ হিচাপে কাম কৰে। ইয়াক ব্যৱহাৰ কৰিলে মুখমণ্ডলত থকা ছিদ্ৰবোৰ কম কৰিব পৰা যায়। লগতে ছালত উপস্থিত অতিৰিক্ত তেল হ্ৰাস কৰাত নিমখীয়া পানী অতি উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে।

 * মৃত ছালৰ পৰা মুক্তিঃ-নিমখৰ প্ৰাকৃতিকভাৱে এক্সফ’লিয়েটিং গুণ আছে, যিয়ে আপোনাৰ ছালৰ পৰা মৃত কোষবোৰ এক্সফ’লিয়েট কৰাত ফলপ্ৰসূ। যদি আপুনি আপোনাৰ ছালৰ সজীৱতা বৃদ্ধি কৰিব বিচাৰে তেন্তে নিমখীয়া পানীৰে মুখখন ধুব লাগে। ইয়াৰ ফলত ছালৰ উজ্জ্বলতা বৃদ্ধি পাব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু