--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
অলপতে নিউয়ৰ্ক চহৰৰ এটা বিমানবন্দৰত এজন যাত্ৰীৰ পৰীক্ষা কৰা লাগেজত এক সন্দেহজনক বস্তু   দেখা গৈছিল৷ ই  সুৰক্ষা কৰ্মীজনক আচৰিত কৰি তুলিছিল। জন এফ কেনেডি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ এজন নিৰাপত্তাৰক্ষীয়ে চুটকেচৰ ভিতৰত কিবা থকাটো সন্দেহ কৰিছিল।চুটকেচটো  এয়াৰপৰ্ট এক্স-ৰে মেচিনৰ মাজেৰে পাৰ হোৱাৰ পিছত, আৱিষ্কাৰ কৰা হৈছিল যে কেছটোৰ ভিতৰত এটা জীৱিত মেকুৰী  আছিল।পৰিবহন সুৰক্ষা প্ৰশাসনে (টিএছএ) টুইটাৰত কেইবাখনো ছবি পোষ্ট কৰিছে আৰু এই অনুসন্ধানক "হিচ-টৰিক" বুলি বৰ্ণনা কৰিছে। 

যিসকল বিষয়াই ছবিখন দেখিছিল, আৰু তাৰ পিছত মেকুৰীটো বিচাৰিবলৈ কেচটো খুলিছিল, তেওঁলোক হতবাক হৈছিল বুলি  টিএছএ ৰ মুখপাত্ৰক চিএনএনে জানিবলৈ দিয়ে৷ 

১৬ নৱেম্বৰত, যেতিয়া জেএফকেৰ পৰা আটলাণ্টালৈ পৰৱৰ্তী ফ্লৰিডা ভ্ৰমণৰ বাবে এটা চুটকেচ পৰীক্ষা কৰা হৈছিল, কমলা বৰণৰ মেকুৰীটো উদ্ধাৰ কৰা হৈছিল । ডেল্টা এয়াৰ লাইনছৰ গ্ৰাহকজনক মেকুৰীটো তেওঁৰ নহয় বুলিহে স্পষ্টীকৰণ দিছিল৷  
 
এনেদৰে মেকুৰীটো উদ্ধাৰ হোৱাৰ পিছত যাত্ৰীজনে তেওঁৰ বিমানখনত যাত্ৰা কৰাৰ সুযোগ হেৰুৱাইছিল বুলি ধাৰণা কৰা হয়৷ অৱশ্যে মেকুৰীৰ অবিহনে পিছদিনাৰ বাবে পুনৰ বুকিং কৰিবলৈ সক্ষম হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
হানীমুনত বাৰ্বিকিউৰ জুইত দগ্ধ নৱবিবাহিতা; দুমাহ জীৱন-মৃত্যুৰে যুঁজি অৱশেষত শেষ নিঃশ্বাস ত্যাগ
অসমৰ পৰা হেৰাই যাবলৈ ধৰিছে ‘গঙা চিলনী’
ক্ষেপণাস্ত্ৰ পৰীক্ষাৰ বাবে জাপানে ব্যৱহাৰ কৰিব ভাৰতৰ ফায়াৰিং ৰেঞ্জ, দ্বিপাক্ষিক প্ৰতিৰক্ষা সম্পৰ্ক শক্তিশালী কৰাৰ লক্ষ্য
ভাৰতৰ সেউজ শক্তিত ৭০০ কোটি ডলাৰ বিনিয়োগ কৰিব এমাজনে
উখল মাখল নলবাৰী; তেৰদিনীয়া বিস্তৃত কাৰ্যসূচীৰে ২৪ নৱেম্বৰৰ পৰা ৰাস মহোৎসৱ
কেৱল মৌখিক নির্দেশত দিয়া নিযুক্তিত কৰ্মচাৰীয়ে লাভ নকৰে পেঞ্চনকে ধৰি অন্যান্য অৱসৰকালীন সা-সুবিধা: গুৱাহাটী উচ্চ ন্যায়ালয়
আজি মুম্বাইত উপস্থিত হ’ব ব্ৰিটেইনৰ ৰাজকুমাৰ উইলিয়াম আৰু ৰাজকুমাৰী কেট; দিল্লীত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে বৈঠক
ৰে’লত টিকট নাই, বিমানৰ টিকটৰো আকাশলংঘী দাম; ২৬ লাখ টকাৰ গাড়ী কিনি ষঠ পূজাৰ বাবে ঘৰলৈ আহিল এজন ব্যক্তি
২০০ মেগাৱাট বিদ্যুৎ পৰিবহণৰ লক্ষ্যৰে নির্মাণ হ’ব ভাৰত-ছিংগাপুৰ বিদ্যুৎ পৰিবাহী কৰিড’ৰ
অজনাৰ নদী চাফা কৰি চৰ্চাত অহা বিট্টু তবাহি অসুস্থ, মানুহে পুনৰ আৱৰ্জনা পেলাই লেতেৰা কৰিছে নদীখন
বাংলাদেশৰ প্রাক্তন প্রধানমন্ত্রী শ্বেখ হাছিনাৰ প্ৰত্যর্পণৰ সকলো আইনী প্রক্রিয়া সম্পূর্ণ কৰিলে ঢাকাই
TVS গ্ৰুপত সম্পত্তিক লৈ ডাঙৰ বিবাদ! ভাতৃৰ সমান অংশীদাৰী বিচাৰি পিতৃলৈ আইনী জাননী প্ৰেৰণ কন্যাৰ
উত্তৰাখণ্ডত দুটাকৈ ভয়ংকৰ দুৰ্ঘটনাত মুঠ ১২ জনৰ মৃত্যু; কেইবাজনো লোক গুৰুতৰভাৱে আহত
চুৰিৰ উদ্দেশ্যে ঘৰত সোমাই পতি-পত্নীক হত্যা; ‘ডাবল মাৰ্ডাৰ’ৰ ঘটনাই কঁপাইছে কনৌজ