--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  চলিত সাধাৰণ নিৰ্বাচন ২০২৪ ত  দুটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হোৱা ৮৮  টা সংসদীয় সমষ্টিৰ  বাবে প্ৰথম পৰ্যায়ত ৬৬.১৪% আৰু দ্বিতীয় পৰ্যায়ত ৬৬.৭১% ভোটদান হৈছে।

 নিৰ্বাচন আয়োগে মঙলবাৰে এই শেহতীয়া তথ্য প্ৰকাশ কৰে।  আয়োগে প্ৰকাশ কৰা মতে প্ৰপত্ৰ ১৭চিৰ জৰিয়তে ৰিটাৰ্ণিং বিষয়াসকলৰ দ্বাৰা আইটি প্ৰণালীত আপডেট কৰা অনুসৰি ভোটাৰ টাৰ্ণআউট এপত সমষ্টি  অনুসৰি তথ্য নিয়মীয়াকৈ আপডেট কৰা হৈছে। 

সকলো প্ৰাৰ্থীক এটা সমষ্টিৰ প্ৰতিটো ভোটকেন্দ্ৰৰ বাবে প্ৰপত্ৰ ১৭চিৰ প্ৰতিলিপিও প্ৰদান কৰা হৈছে।  ডাক বেলট গণনা  মুঠ ভোট গণনাত সংযোজন হ'ব। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি অসমত প্ৰথম পৰ্যায়ত ভোটদানৰ হাৰ হৈছে ৭৮.২৫ আৰু দ্বিতীয় পৰ্যায়ত ভোটদানৰ হাৰ ৮২.১৭  শতাংশ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ