--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নৱেম্বৰত অনুষ্ঠিত হ’ব ছত্তীশগড় বিধানসভাৰ নিৰ্বাচন৷ লোকসভা নিৰ্বাচনৰ পূৰ্বে গুৰুত্বপূৰ্ণৰূপে বিবেচিত হৈছে ছত্তীশগড়ৰ নিৰ্বাচন৷ কংগ্ৰেছে ইতিমধ্যে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰস্তুতি৷

বুধবাৰে টি এছ সিং দেওক কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গেই ছত্তীশগড়ৰ উপ-মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিছে। দিল্লীস্থ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত আগন্তুক ছত্তীশগড় বিধানসভা নিৰ্বাচনৰ ৰণকৌশল সম্পৰ্কে আলোচনা কৰিবলৈ অনুষ্ঠিত হৈছিল এখন পৰ্যালোচনা বৈঠক৷

ভূপেশ বাঘেলে সিঙক তেওঁৰ নিযুক্তিৰ বাবে অভিনন্দন জনাই আৰু তেওঁলোক দুয়োৰে এখন ফটো শ্বেয়াৰ কৰি কয়- ‘আমি সাজু।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস