--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে প্ৰস্তুত কৰিছে ৰোড মেপ৷ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়া মতে ২৩ জানুৱাৰীত অসমলৈ আহিব পাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণে বিজেপিৰ নিৰ্বাচনী ৰণকৌশলক চূড়ান্ত ৰূপ দিব বুলি ধাৰণা কৰা হৈছে৷

আৰু পঢ়িব পাৰিব : পিঠিৰ বিষত ঠিয় হ’ব পৰা নাছিল অশ্বিন, তাৰ পাছতো ৩ ঘণ্টা বেটিং…

ইপিনে অহা ২৪ জানুৱাৰীত অসমলৈ অহাৰ পূৰ্ণ সম্ভাৱণা আছে গৃহমন্ত্ৰী অমিত শ্বাহো৷ নলবাৰী আৰু কোকৰাঝাৰত বিজেপিৰ বিশাল জনসভাত অংশগ্ৰহণ কৰাৰ সম্ভাৱণা আছে৷

সোমবাৰে অসমত উপস্থিত হোৱা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাৰ সৈতে নিশা সম্পন্ন হোৱা মাৰাথন বৈঠকত নিৰ্বাচনী ৰণকৌশল প্ৰস্তুতিৰ সম্পৰ্কত বহু গুৰুত্বপূৰ্ণ আলোচনাত বহে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসকে ধৰি বহু দলীয় শীৰ্ষ নেতা৷

আৰু পঢ়িব পাৰিব : পথ-গাড়ীবিহীন চহৰ নিৰ্মাণৰ পৰিকল্পনা ছৌদি ৰাজকুমাৰৰ

আনহাতে, নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰদান প্ৰক্ৰিয়া প্লেন এণ্ড চিম্পল প্ৰক্ৰিয়া হোৱাৰ লগতে এইবাৰ নতুন মুখ দেখা পোৱাৰ ইংগিত দিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ১৮জানুৱাৰীৰ পৰা নিৰ্বাচনলৈকে সপ্তাহত দুটাকৈ সমষ্টিত চাইকেল ৰেলী কৰিব হিমন্ত বিশ্ব শৰ্মাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক