--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : অসমৰ আগশাৰীৰ নৃত্যশিল্পী মেঘৰঞ্জনী মেধিলৈ আগবঢ়োৱা হয় ২০২৫ বৰ্ষৰ ‘কলা সাধক' বঁটা। বেংগালুৰুৰ আৰ্ট অব্ লিভিং ইণ্টাৰনেশ্যনেল চেণ্টাৰত অনুষ্ঠিত হয় এই বঁটা প্ৰদান অনুষ্ঠান। এই অনুষ্ঠানত কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখারটে নৃত্যশিল্পীগৰাকীলৈ আগবঢ়াই এই বঁটা ৷

বেংগালুৰুত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা ফেষ্টিভেল অব্ আর্ট এণ্ড কালচাৰ, দ্যা এক্সপ্ৰেছন ছামিটত আধ্যাত্মিক গুৰু শ্ৰী শ্ৰী ৰবি শংকৰৰ উপস্থিতিত নৃত্যশিল্পী মেঘৰঞ্জনী মেধিলৈ প্ৰদান কৰা হয় এই বঁটা। আর্ট অব্ লিভিঙৰ 'অভিব্যক্তি' শীৰ্ষক অনুষ্ঠানত কথক নৃত্যৰ বাবে মেঘৰঞ্জনী মেধিলৈ আগবঢ়ায় হয় এই বঁটা।

উল্লেখযোগ্য যে মেঘৰঞ্জনী মেধিয়ে সৰুৰে পৰা কথক নৃত্য পৰিৱেশন কৰি দেশৰ লগতে বিদেশতো সুনাম অৰ্জন কৰি আহিছে। মেঘৰঞ্জনী মেধিৰ মাতৃ মৰমী মেধিৰ সৈতে একলগে পৰিৱেশন কৰা কথক নৃত্যই মোহিত কৰি আহিছে দৰ্শকক।



FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ