--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামা আৰু অভিনেত্ৰী জেনিফাৰ এনিষ্টনৰ মাজত প্ৰেমৰ জল্পনা-কল্পনাই সকলোকে আচৰিত কৰি তুলিছে। আজি আমি আপোনালোকক ক'বলৈ ওলাইছো এই সুন্দৰী আচলতে কোন আৰু কি কৰে তেওঁ।

আচলতে জেনিফাৰ এনিষ্টন হলীউডৰ এগৰাকী অভিনেত্ৰী। যিয়ে বহুতো বিখ্যাত ছিৰিজ আৰু ছবিত কাম কৰিছে। ‘ফ্ৰেণ্ডছ’ ৱেজ ছিৰিজৰ নামো ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে। য’ত জেনিফাৰে নিজৰ কামৰ বাবে বহুত প্ৰশংসা লাভ কৰিছিল।

বিগত দিনত প্ৰকাশ পোৱা বাতৰি অভিনেত্ৰীগৰাকীয়ে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাৰ সৈতে প্ৰেমৰ সম্পৰ্ক স্থাপন কৰিছে। অৱশ্যে এই খবৰ নাকচ কৰিছে অভিনেত্ৰীগৰাকীয়ে।

যোৱা বছৰৰ অক্টোবৰ মাহত অভিনেত্ৰীগৰাকীয়ে জিমি কিমেলৰ শ্ব’ত এই উৰাবাতৰিৰ বিষয়ে কৈছিল। তেওঁ কৈছিল, 'মই তেওঁক (ওবামা) মাত্ৰ এবাৰহে লগ পাইছো, মই মিচেলক তেওঁতকৈ বেছি চিনি পাওঁ...'

উল্লেখ্য যে জেনিফাৰ এনিষ্টনৰ দুবাৰ বিবাহ বিচ্ছেদ হৈছে। তেওঁৰ প্ৰথম বিবাহ হলীউডৰ অভিনেতা ব্ৰেড পিটৰ সৈতে হৈছিল। যিটো পাঁচ বছৰ ধৰি চলিছিল। ব্ৰেডৰ পিছত জেনিফাৰে ২০১৫ চনত তেওঁতকৈ দুবছৰ সৰু জাষ্টিন থেৰ’কক বিয়া কৰায়। কিন্তু দুবছৰৰ ভিতৰতে দুয়োৰে বিবাহৰ অন্ত পৰিল। ছ’চিয়েল মিডিয়াত অতি সক্ৰিয় জেনিফাৰ এনিষ্টন। য'ত প্ৰতিদিনে তেওঁ ধুনীয়া ধুনীয়া ফটোবোৰ অনুৰাগীৰ লগত শ্বেয়াৰ কৰে। জেনিফাৰৰ ইনষ্টাগ্ৰামত প্ৰবল ফেন ফ’ল’ৱাৰ আছে। তেওঁৰ পিছত ৪৪ নিযুততকৈও অধিক ফ’ল’ৱাৰছ আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ