--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ পুনৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে অসমৰ ৬জন ছাত্ৰই। আন্তঃৰাষ্ট্ৰীয় ভিত্তিত আমেৰিকাত অনুষ্ঠিত হোৱা ওৱেবছাইট আৰু এপছৰ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল চতিয়াৰ ভাস্কৰজ্যোতি আদৰ্শ বিদ্যাপীঠৰ দশম শ্ৰেণীৰ ছাত্ৰ ভাস্কৰজ্যোতি শইকীয়া, ৰাজশ্বেখৰ শইকীয়া, সঞ্জীৱ নাগ, জ্যোতিস্মান শইকীয়া, বিবেক বৰুৱা আৰু আফ্ৰিদ হকে৷

এই ছাত্ৰ কেইজনে ক’ভিডৰ ২য় ঢৌৰ লকডাউনৰ সময়তে ওৱেবছাইট আৰু এপছ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল৷ বিশ্বৰ ১৩৬খন দেশৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাত ছাত্ৰকেইজনৰ দলীয় প্ৰচেষ্টাত উদ্ভাৱন কৰা বিশ্বৰ সবাতকৈ জনপ্ৰিয় ছ’চিয়েল মিডিয়া ‘facebook’ৰ বিকল্প এপছ ‘socigram’-এ শীৰ্ষ দশম স্থান দখল কৰিবলৈ সক্ষম হয়। পুনৰ শীৰ্ষৰ দশমৰপৰা প্ৰথম স্থান নিৰ্বাচন কৰোঁতে ২কোটি ৭৫লাখ ভোট পাই বিশ্বৰ ভিতৰতে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে চতিয়াৰ ছাত্ৰ কেইজন। ছাত্ৰ কেইজনৰ সফলতাত বৃহত্তৰ চতিয়া অঞ্চলৰ লগতে বিদ্যালয়ৰ কৰ্তৃপক্ষ যথেষ্ট উৎফুল্লিত হৈছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ