--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টিনা থাৰানি। য়’ য়’ হানি সিঙৰ নতুন প্ৰেয়সীৰ নাম। শেহতীয়াকৈ দিল্লীৰ এটা অনুষ্ঠানত ৰাজহুৱাকৈ হাতে হাত ধৰি দুয়ো অংশ ল’লে। লগতে সামাজিক মাধ্যমতে হানি সিঙে দুয়োৰে ফটো শ্বেয়াৰ কৰিছে।

দিল্লীৰ অনুষ্ঠানটোত ক’লা পোছাক পৰিধান কৰি দুয়োজনে অংশ লৈছিল। তাৰপাছতে অনুৰাগী মহলত ব্যাপক উচ্ছাসে দেখা দিছে।

উল্লেখ্য যে হানি সিঙৰ নতুন এলবাম ‘পেৰিছ কা ট্ৰীপ’ৰ গানত অভিনয় কৰিছে মডেল অভিনেত্ৰী টিনা থাৰানিয়ে। কেৱল অভিনয়েই নহয়, এলবামটোৰ নামো টিনায়েই ঠিক কৰিছে।

দিল্লীৰ অনুষ্ঠানটোত হানি সিঙে জনায় যে এলবামটোত ১০ টা গান আছে। গানসমূহো তেওঁৰ প্ৰেয়সী টিনা থাৰানিয়েই নিৰ্বাচন কৰি দিছে।

উল্লেখ্য যে গৃহকন্দলৰ বাবে কিছু মাহ পূৰ্বে চৰ্চাত আহিছিল হানী সিং। প্ৰাক্তন পত্নী শালিনী তলোৱাৰৰ স’তে তিনি মাহ পূৰ্বে বিচ্ছেদ হয় তাৰকাগৰাকীৰ। বিবাহ বিচ্ছেদৰ বিনিময়ত হানি সিঙে ভৰিব লগা হয় এক কোটি টকা।

তাৰপাছতে টিনা থাৰানিৰ স’তে সম্পৰ্ক গঢ়িলে হানি সিঙে। অনুৰাগীসকলে ক’ব বিচাৰে যে সংঘাতেৰে জৰ্জৰিত হোৱাৰ পাছত এয়া হানি সিঙৰ নতুন ইনিংছ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক