--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানুহৰ মূৰত শিং গজাৰ কথা ক’লেও হয়তো কোনেও বিশ্বাস নকৰিব৷ কিন্তু তেনে এক অবিশ্বাস্য ঘটনাই ঘটিছে এগৰাকী বৃদ্ধৰ ক্ষেত্ৰ ৷য়েমেনৰ এজন বৃদ্ধ ব্যক্তিৰ  মূৰত শিং গজাৰ ঘটনাই এতিয়া আলোড়ণৰ সৃষ্টি কৰিছে৷লোকজনৰ  বয়স কিমান সেয়া কোনেও ক’ব নোৱাৰে৷ কিন্তু লোক জডনৰ মতে তেওঁৰ বয়স ১৪০ বছৰ! 

কিন্তু  মূৰত গজি উঠা কাটি পেলাবলৈ চেষ্টা কৰাৰ সময়তে লোক জনৰ মৃত্যু ঘটা বুলি সংবাদমাধ্যমত বাতৰি প্ৰকাশ পাইছে৷ য়েমেনৰ বহু  সংবাদ মাধ্যমে তেনে বাতৰিয়েই প্ৰকাশ কৰিছে৷আলী অন্তৰ নামৰ বৃদ্ধজনক বহুতে  'য়েমেনৰ ছাগলী-মানৱ' বুলি কৈ আহিছে।খবৰ অনুসৰি ১০০ বছৰ বয়সৰ পিছত তেওঁৰ মূৰত শিং গজিবলৈ  আৰম্ভ কৰে। তেতিয়াৰে পৰা তেওঁ বিখ্যাত হৈ পৰে। 

শিং দুটাৰ এটা শিং সৰু আছিল, আনটো আকাৰত ডাঙৰ আছিল।  শিং গজি উঠাৰ  পিছত আলীয়ে বিভিন্ন সমস্যাত ভুগিবলৈ আৰম্ভ কৰিছিল।শেহতীয়াকৈ তেওঁৰ শিং কাটিবলৈ চেষ্টা কৰা হৈছিল। য়েমেনৰ স্থানীয় বাতৰি কাকতসমূহে দাবী কৰিছে যে এজন অপ্ৰশিক্ষিত ব্যক্তিয়ে  অস্ত্ৰোপচাৰ কৰি লোকজনৰ শিং দুটা আঁতৰাবলৈ চেষ্টা কৰিছিল। তেতিয়াই অঘটন ঘটিল৷ অস্ত্ৰোপচাৰৰ তিনি দিনৰ পিছতে  আলীৰ মৃত্যু হয়। তেওঁৰ পৰিয়ালে অভিযোগ কৰিছে যে মানুহজনে এনে 'নিষ্ঠুৰ' অস্ত্ৰোপচাৰৰ আঘাতৰ সহ্য কৰিব নোৱাৰিয়েই মৃত্যুক সাৱটি লৈছে৷ 







FOLLOW US F
POPULAR
FEATURE
TRENDY
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ