--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
উত্তৰ প্ৰদেশৰ আজমগড়ত এটা কুঁৱাত কটা মৃতদেহ উদ্ধাৰ হোৱা এগৰাকী মহিলাক হত্যাৰ গোচৰত এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

আৰক্ষীয়ে এক বিবৃতিত প্ৰকাশ কৰা অনুসৰি দেওবাৰে প্ৰিন্স যাদৱক মহিলাগৰাকীৰ মূৰটো উদ্ধাৰৰ বাবে এক স্থানলৈ লৈ যাওতে আৰক্ষীৰ সৈতে হোৱা গুলিচালনাত গুলিবিদ্ধ হয়।

উল্লেখযোগ্য যে, যোৱা ১৫ নৱেম্বৰত স্থানীয় একাংশ লোকে পাছিমি গাঁৱৰ বাহিৰত অৱস্থিত এটা কুঁৱাৰ ভিতৰত মৃতদেহটো উদ্ধাৰ কৰাৰ পিছতে এই ঘটনা পোহৰলৈ আহিছিল। পিছত আৰক্ষী অধীক্ষক (আজমগড়) অনুৰাগ আৰ্য্যই জনোৱা মতে, মহিলাগৰাকীৰ মৃতদেহ অৰ্ধ উলংগ অৱস্থাত উদ্ধাৰ হয়, আৰু দুদিনৰ পৰা তিনিদিন পুৰণি যেন লাগে।

দিল্লীৰ আফটাব-শ্ৰদ্ধা কাণ্ডৰ পিছতে উত্তৰ প্ৰদেশৰ এই জঘন্য কাণ্ডই জোকাৰি গৈছে দেশ। যাদৱে পিতৃ-মাতৃ, খুলশালীয়েক সৰ্বেশ আৰু পৰিয়ালৰ আন আন সদস্যৰ সহায়ত ২০ বছৰ বয়সীয়া আৰাধনাক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল, কাৰণ আৰাধনাই তেওঁক নহয় আন কাৰোবাক বিয়া কৰাইছে বুলি ক্ষোভিত হৈছিল। যুৱতীগৰাকী আজমগড় জিলাৰ ইছহাক পুৰ গাঁৱত বাস কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক