--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক; এগৰাকী ব্যতিক্ৰমী যুৱতী৷ কুকুৰ-মেকুৰী নহয়, যুৱতীগৰাকীয়ে ভাল পায় জোক৷ নিয়মীয়াকৈ নিজৰ ৰক্তপান কৰোৱায় জোকক৷ হয়, সততে জোক দেখিলে বিতত হোৱাসকলৰ বাবে এয়া এক অস্বাভাৱিক খবৰৰ দৰেই৷

আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰেগনৰ এগৰাকী যুৱতীয়ে পাঁচটা জোক পুহিছে৷ তেওঁ তেওঁৰ পোহনীয়া জোককেইটা ভালদৰে ৰাখিবলৈ নিয়ম অনুসৰি তেজ পান কৰোৱায়।

২৬ বছৰীয়া ছোৱালীজনীৰ নাম হৈছে সমাৰ চিলে। তেওঁ টিকটকত তেওঁৰ পোহনীয়া জোকৰ এটা ভিডিঅ' বনাইছিল। লাখ লাখ নেটিজেনে ভিডিঅ'টো উপভোগ কৰিছিল। ছোৱালীজনীয়ে দাবী কৰিছে যে তাইৰ পাঁচটা পোহনীয়া জন্তুৰ ভিতৰত আটাইতকৈ ডাঙৰজনৰ নাম বেটি। প্ৰায় ৫ ইঞ্চি দীঘল জোকটোৰ বয়স ৪ বছৰ। আটাইতকৈ নতুন জোকটো ২ ইঞ্চি দীঘল। চামৰে কৈছিল যে তেওঁ প্ৰথমে জোকক তেজ খুৱাইছিল তেওঁলোকে কেনেকৈ তেজ খায় বুজিবলৈ। কিন্তু লাহে লাহে এইটো এটা অভ্যাস হৈ পৰিল। এতিয়া তেওঁ নিয়ম অনুসৰি তেজ পান কৰোৱায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক