--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বহুতো আচৰিত ভিডিঅ' প্ৰায়ে আমাৰ চকুৰ সন্মুখত আহে কিন্তু তথাপিও বিশ্বাস‌ কৰিবলৈ কঠিন হয় যে সেইটো সঁচা নে মিছা। এনেধৰণৰ আন এক ভিডিঅ’ পোহৰলৈ আহিছে য’ত এজন যুৱকে তেওঁৰ বাওঁহাতত মৌমাখিৰ এটা মৌচাক স্থাপন কৰি লৈছে। বিশেষ কথাটো হ’ল এই মৌমাখিবোৰ লগত লৈয়ে তেওঁ গোটেই ৰাস্তাটোত ঘূৰি ফুৰিছে। 

আচলতে এই ঘটনাটো আমেৰিকাৰ এখন চহৰৰ বুলি জানিব পৰা হৈছে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি এই ল’ৰাটোৰ মৌমাখিৰ দোকান আছে আৰু ই মৌৰ ব্যৱসায় কৰে, কিন্তু মৌমাখিয়ে তেওঁৰ লগত আঁকোৱালি লোৱাৰ এই ভিডিঅ'টোৱে সকলোৰে দেহত জোকাৰণিৰ সৃষ্টি কৰিব। কাৰণ মৌমাখিয়ে কাকো ৰেহাই নিদিয়। 

ভিডিঅ'টোত দেখা গৈছে যে ল'ৰাটোৰ বাওঁহাতত এই মৌমাখিৰ সমাৱেশ। তেওঁ সেইবোৰ আঁতৰোৱাও নাই, মাত্ৰ হাতৰ মুঠিটো টানি ধৰিছে ধৰিছে আৰু বাকী মৌমাখিবোৰ হাতত ওলমি আছে। কিন্তু ইয়াৰ কাৰণ যেতিয়া ওলাই আহিল, তেতিয়া সকলোৱে স্তম্ভিত হৈ পৰিল। হয় এই সমগ্ৰ ঘটনাটো এটা ডাঙৰ কৌশলেৰে নিয়ন্ত্ৰণ কৰা হৈছে।

 চাওক ভিডিঅ'

খবৰ অনুসৰি এই যুৱকজনে ৰাণী মৌমাখিক মুঠিত ধৰি ৰাখিছিল। যাৰ কাৰণে মৌমাখিবোৰে তেওঁক আক্ৰমণ কৰিছিল। তেওঁ আক্ৰমণ কৰিছিল যদিও মৌমাখিবোৰে তেওঁক অলপো ক্ষতি কৰা নাছিল। ইয়াৰ কাৰণ হ’ব পাৰে এই যুৱকজনে এই মৌমাখিবোৰৰ দোকানখন চলাই আছে। সেয়ে হয়তো তেওঁক একো ক্ষতি কৰা নাছিল। বৰ্তমান ইয়াৰ ভিডিঅ’ তীব্ৰ ভাইৰেল হৈ পৰিছে আৰু বহুতে নিজৰ মতামতো আগবঢ়াইছে








FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা