--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ শ্ৰেষ্ঠ অ’পেনাৰৰ তালিকাত সৰ্বোচ্চ স্থানত থাকিব সুনীল গাওস্কাৰ। বহুতৰ মতে তেওঁ ভাৰতৰ শ্ৰেষ্ঠ অ’পেনাৰ। টেষ্ট ক্ৰিকেটৰ প্ৰথম বেটছমেন হিচাপে ১০ হাজাৰ ৰান সংগ্ৰহ কৰা গাওস্কাৰৰ পিছত কোন শ্ৰেষ্ঠ অ’পেনাৰ? এই প্ৰশ্নৰ উত্তৰত শচীন তেণ্ডুলকাৰৰ নাম স্বাভাৱিকতে আহিছে। কিন্তু ভাৰতৰ প্রাক্তন অধিনায়কগৰাকীৰ মতে বীৰেন্দৰ ছেহৱাগ হৈছে গাওস্কাৰৰ পাছতে শ্ৰেষ্ঠ অ’পেনাৰ৷

সৌৰভে ছেহৱাগক মিডল অৰ্ডাৰৰ পৰা উলিয়াই আনি অধিনায়কত্বৰ সময়ছোৱাত অ’পেনাৰ হিচাপে খেলাইছিল। সেইটোৱে ছেহৱাগৰ কেৰিয়াৰ সলনি কৰি পেলালে। সৌৰভে কয়- ‘‘ছেহৱাগৰ বাবে টেষ্ট ক্ৰিকেট সলনি হ’ল। মহান শক্তি আছিল। যি বেগেৰে ৰাণ কৰিছিল সেয়া আছিল আচৰিত ধৰণৰ। সুনীল গাওস্কাৰৰ পিছত চেহৱাগ শ্ৰেষ্ঠ অ’পেনাৰ।’

সৌৰভে কয় যে ছেহৱাগে প্ৰথম অৱস্থাত অ’পেনাৰ হিচাপে খেলিব বিচৰা নাছিল। ভাৰতীয় প্ৰাক্তন অধিনায়কগৰাকীয়ে কয়, ‘মই ছেহৱাগক অপেনিং কৰিবলৈ কৈছিলো। তেওঁ মান্তি নহৈছিল। সেহৱাগে আগতে কেতিয়াও অপেনিং কৰা নাছিল। মোৰ বিশ্বাস যে কোনেও কোনো এটা বিশেষ ঠাইত বেটিং কৰিবলৈ জন্ম নহয়। ২০০২ চনত লৰ্ডছত ছেহৱাগে দ্ৰুতগতিত ৮০ ৰান সংগ্ৰহ কৰিছিল। তাৰ পৰাই তেওঁৰ অ’পেনাৰ হিচাপে আত্মবিশ্বাস বাঢ়ি আহিল।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক