--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলিউড অভিনেতা অৰ্জুন কাপুৰে অহা ২৬ জুন, দেওবাৰে ৩৭ বছৰীয়া হ'ব। স্বাভাৱিক অৰ্জুন কাপুৰে তেওঁৰ এই বিশেষ দিনটোত  তেওঁৰ প্ৰেমিকা মালাইকা অৰোৰাৰ সৈতে সময় অতিবাহিত কৰিব। আনহাতে, মালাইকাই ও অৰ্জুনৰ  জন্মদিনত এটা বিশেষ উপহাৰ দিব বিছাৰিছে। সেয়েহে ৭২ ঘণ্টা আগতে, অৰ্জুনক তেওঁৰ প্ৰেমিকা মালাইকা অৰোৰাই এটা আগতীয়া জন্মদিনৰ  উপহাৰ প্ৰেৰণ কৰিছিল। অভিনেতা অৰ্জুন কাপুৰে তেওঁৰ প্ৰিয়জনৰ দ্বাৰা দিয়া বিশেষ উপহাৰৰ এখন ফটো শ্বেয়াৰ কৰি তেওঁৰ ইনষ্টাগ্ৰামত আপলড কৰিছে।  

উপহাৰটো কি আছিল সেয়া বৰ্তমানলৈকেও জানিব পৰা হোৱা নাই। অৱশ্যে, অৰ্জুনে শ্বেয়াৰ কৰা ছবিখনে দেখুৱাইছে যে ক'লা-বগা পটিযুক্ত আৱৰণেৰে আৱৰি থকা এটা বিশেষ উপহাৰ আছে। অৰ্জুনৰ বাবে বিশেষ উপহাৰটো কেৱল ইয়াতেই শেষ হোৱা নাই, বি-টাউনৰ প্ৰসিদ্ধ দম্পতীয়ে সপ্তাহজোৰা জন্মদিন উদযাপনৰ বাবে আৰু ব্যক্তিগতভাৱে সময় কটোৱাৰ বাবে তেওঁলোকে চহৰ এৰিছিল।

দেওবাৰ মানেই বিশেষ দিন, বন্ধৰ দিন আৰু অৰ্জুনৰ জন্মদিনো দেওবাৰে হব। সেয়েহে অৰ্জুন কাপুৰে জন্মদিনৰ আনন্দ উপভোগ কৰিবলৈ মনৰ মানুহ মালাইকাৰ সৈতে বিমানত উৰা মাৰিছিল। অৱশ্যে, তেওঁলোকৰ জন্মদিন উদযাপনৰ গন্তব্য স্থান ক'ত আছে সেয়া এতিয়াও জনা হোৱা নাই। তাৰকা দম্পতীয়ে আনকি বিমানবন্দৰত কেমেৰা সন্মুখতো মুখা-মুখি হোৱা নাছিল। 

বলীউডৰ এই বহুপ্ৰিয় প্ৰেমিক যুগলসকলৰ বিমানবন্দৰত বন্দী হোৱা  চেহেৰাটোৱে স্বাভাৱিকতে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। আনহাতে, বাৰ্থডে বয় অৰ্জুন কাপুৰৰ নীলা টি-চাৰ্টৰ সৈতে ক'লা জেকেট আৰু ডেনিম পেণ্টৰ সৈতে সুন্দৰ দেখা গৈছিল। উল্লেখ্য যে, মালাইকা-অৰ্জুনৰ লং ড্ৰাইভৰ পৰা, ডেটিংৰ বিভিন্ন মুহূৰ্ত ছ'চিয়েল মিডিয়াৰ শেহতীয়া ভাইৰেল হৈ পৰিছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ