--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অকল্পনীয় ফৰ্মত আছে টীম ইণ্ডিয়া। বিশ্বকাপৰ আটাইকেওখন মেচতে ৰোহিত বাহিনী বেটে-বলে উজ্বলি উঠিছে। বিৰাট-ৰোহিতেৰে গঠিত ভাৰতৰ বেটিং ক্ৰমৰ উপৰিও বুমৰাহ-শ্বামী-ছিৰাজৰ ফাষ্ট বলিং, কুলদ্বীপ-জাডেজাৰ স্পিন বলিঙে জোলোকা জোলোকে পানী খুৱাইছে অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকা, নিউজিলেণ্ডৰ দৰে শক্তিশালী দলসমূহক। ছেমি ফাইনেলত স্থান নিশ্চিত কৰিলে ভাৰতে। এই প্ৰদৰ্শনৰ পাছতো শংকামুক্ত হ’ব পৰা নাই বহু অনুৰাগী। ইয়াৰ কাৰণসমূহ এনেধৰণৰ-

২০১৫ চনৰ বিশ্বকাপতো মহেন্দ্ৰ সিং ধোনী নেতৃত্বধীন ভাৰতক ৰোধ কৰিব নোৱাৰা হৈ পৰিছিল। গ্ৰুপ পৰ্যায়ৰ ৬ খন মেচতে অপৰাজিত হৈ আছিল ভাৰত। ভাৰতে অপৰাজিত চেম্পিয়ন হোৱাৰ সুযোগ লাভ কৰিছিল। কিন্তু ছেমি ফাইনেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পৰাজয়ৰ ফলত ধোনীৰ বিশ্বকাপ যাত্ৰাৰ অন্ত পৰিল।

২০১৯ চনৰ বিশ্বকাপতো অদম্য প্ৰদৰ্শন কৰিছিল ভাৰতে। ফৰ্মৰ তুংগত আছিল ৰোহিত-বিৰাট। কিন্তু নিউজিলেণ্ডৰ বিৰুদ্ধে ভাল বলিং কৰিও বেটিং বিফলতাৰ বাবে ভাৰতে ছেমি ফাইনেলত পৰাস্ত হ’বলগীয়া হৈছিল।

২০১৬ চনৰ টি-২০ বিশ্বকাপত ভাৰত নিশ্চিতভাৱে চেম্পিয়ন হ’ব বুলি ভবা হৈছিল, কিন্তু ছেমি ফাইনেলত ভাৰতে আকৌ এবাৰ সকলোকে আচৰিত কৰি তুলিছিল। ২০২২ চনৰ টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলতো ইংলেণ্ডৰ বিৰুদ্ধে ১০ উইকেটত পৰাস্ত হোৱাৰ ঘাঁ হয়তো ভাৰতীয়ই এতিয়াও পাহৰা নাই। এই বিফলতাৰ অন্ত পেলাব পাৰিবনে ৰোহিত বাহিনীয়ে?

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক