--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ভুৱা ভিডিঅ' গোচৰ সন্দৰ্ভত দিল্লী আৰক্ষীয়ে শুকুৰবাৰে  এজন কংগ্ৰেছ সদস্যক গ্ৰেপ্তাৰ কৰে। কংগ্ৰেছ সদস্য জনৰ বিৰুদ্ধে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ  ভুৱা ভিডিঅ' আপলোড আৰু প্ৰচাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল।

 'এক্স'ৰ  'স্পিৰিট অফ কংগ্ৰেছ' একাউণ্টটো অৰুণ ৰেড্ডীয়ে পৰিচালনা কৰে বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। দিল্লী আৰক্ষীৰ বিশেষ কোষে  শ্বাহৰ ভুৱা ভিডিঅ'ৰ  বিষয়ে অভিযোগ পোৱাৰ পিছতে  এজাহাৰ পঞ্জীয়ন কৰিছিল ।

 ভুৱা ভিডিঅ’টোত  তেলেংগানাত ধৰ্মীয়ভিত্তিত মুছলমানসকলৰ বাবে কোটা বাতিল কৰাৰ প্ৰসংগত কেতবোৰ মিছা কথা প্ৰচাৰ কৰা হৈছিল। 





FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ