--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ অনন্যা পাণ্ডেৰ সতে ইতিমধ্যে ঈশান খট্টৰৰ প্ৰেৰমৰ সম্পৰ্ক শেষ হৈছে। তৎসত্বেও এতিয়াও ভাল সম্পৰ্ক আছে দুয়োৰে। এই বিষয়ে নিজেই মুখ খুলিছে ঈশানে।

 

ঈশানে কয় যে যিকোনো এটা সম্পৰ্কই জীৱনত অনেক কথা শিকায়। অনন্যাৰ সতে থকা সম্পৰকৰ পৰাও শিকা বুলি তেওঁ কয়। সেয়ে ইয়াৰ বাবে অনন্যাৰ ওচৰত তেওঁ ঋণী বুলি কয়।

 

৪ নৱেম্বৰত ঈশানৰ 'ফোন ভূত নামৰ ছৱিখন মুক্তি লাভ কৰিছে। ছৱিখনৰ এটা প্ৰচাৰ অনুষ্ঠানত ঈশানে কয় যে অনন্যাৰ সতে সম্পৰ্ক বজাই ৰাখিবলৈ তেওঁ সকলো উজাৰি দিছিল।

 

''মোৰ আৱেগক লৈ কোনো আক্ষেপ নাই। মই মানুহজন নৰম। কিন্তু কিছু সময়ত ভাৰসাম্য বজাই ৰখাটো গুৰুত্বপূৰ্ণ।’’- ২৭ বছৰীয়া ঈশানে কয়।

 

উল্লেখ্য যে অনন্যা পাণ্ডেৰ সতে ঈশানে তিনি বছৰ ধৰি প্ৰেৰম কৰিছিল। কফি উইথ কৰণতো এই বিষয়ে স্পষ্টকৈ কৈছিল তেওঁ। ঈশানে কৈছিল যে অনন্যাৰ সতে বিচ্ছেদ হলেও তেওঁলোকৰ সহৃদয়তা অন্য ধরণৰ। প্ৰেমৰ সম্পৰ্ক নাথাকিলেও দুয়ো এতিয়াও অতি ওচৰৰ।

 

আনহাতে, অনন্যাৰ পৰা এটা বস্তু চুৰি কৰা বুলি ঈশানে দাবী কৰে। কয় যে অনন্যাৰ মিঠা হাঁহিটো তেওঁ চুৰি কৰিলে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক