--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ শনিবাৰে বিয়লি ৬ বজাত অন্ত পৰে। ৭খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৭টা সংসদীয় সমষ্টিৰ বাবে ২,১০৫গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছিল৷ তেওঁলোকৰ মাজৰে ৯০৪ গৰাকী প্ৰাৰ্থী শেষলৈ নিৰ্বাচনী যুঁজত বৰ্তি থাকে।  আজি উত্তৰ প্ৰদেশ আৰু পঞ্জাৱৰ তেৰখন আসন, পশ্চিম বংগৰ ৯খন, বিহাৰৰ ৮খন, ওড়িশাৰ ছখন, হিমাচল প্ৰদেশৰ ৪খন, ঝাৰখণ্ডৰ ৩খন আৰু চণ্ডীগড়ৰ এখন আসন অহা ১ জুনত নি ভোটগ্ৰহণ কৰা হয় ।

 ইয়াৰ উপৰি ওড়িশাৰ ৪২খন বিধানসভাৰ আসনতো নিৰ্বাচন অনুষ্ঠিত হয় । ৪ জুনত অনুষ্ঠিত হ’ব ভোটগণনা। আজি ভোটগ্ৰহণ  অনুষ্ঠিত হোৱা সমষ্টি কেইটাত   বিয়লি ৭ বজালৈকে৫৯.০৩শতাংশ ভোটদান হয় ৷ 

৭ বজালৈকে সৰ্বাধিক ভোটদান হৈছে পশ্চিম বংগত। বংগত এই সময়ছোৱাৰ ভিতৰত ভোটদানৰ হাৰ হৈছে  ৬৯.৮৯ %।বিহাৰত সৰ্বনিম্ন ৪৯.৪২ শতাংশ ভোটদান হয়।  পশ্চিম বংগত আজি ৯ খন আসনত ভোটদান হয়। মোদীৰ সমষ্টি বাৰানসীত সন্ধিয়া ৭ বজালৈকে পোৱা তথ্য অনুসৰি   ৫৬.৩৫ শতাংশ ভোটদান হয় ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ