--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তালিবানী ৰক্ষণশীলতাৰ মাজতো উজ্বলি উঠিছে আফগানিস্তানৰ এগৰাকী ছাত্ৰী। শিক্ষাৰ বাট মোকলাইছে আফগানিস্তানৰ ২৬ বছৰীয়া ছাত্ৰী বেহছিতা খাইৰুদ্দিনে।

আফগানিস্তানত তালিবান ক্ষমতালৈ অহাৰ পিচতে বেহছিতাই কেমিকেল ইঞ্জিনীয়াৰিতত এমটেক কৰিবলৈ ভাৰতৰ আই আই টি মাদ্ৰাজত নামভৰ্তি কৰিছিল। কিন্তু তালিবানী শাসনৰ বাবে ঘৰৰ পৰা ভাৰতলৈ অহাত বাধাৰ সন্মুখীন হয় বেহছিতা।

শাসনলৈ আহিয়েই আফগানিস্তানে মহিলাৰ ওপৰত আৰোপ কৰিছিল উচ্চ শিক্ষাৰ নিষেধাজ্ঞা। উপায়ান্তৰ হৈ বেহছিতাই নিজৰ ঘৰতে এটা পৰীক্ষাগাৰ স্থাপন কৰে আৰু গোপনে এমটেকৰ আটাইকেইটা ষাণ্মাসিকৰ পৰীক্ষা দি উত্তীৰ্ণ হয়। 

এইক্ষেত্ৰত আই আই টি মাদ্ৰাজ কতৃপক্ষয়ো ছাত্ৰীগৰাকীক সহযোগিতা আগবঢ়ায়। বেহছিতাৰ মতে এটা দিশেৰে বাধা পালেও অন্য এটা দিশেৰে ওলাই যোৱাৰ বাট মুকলি কৰিব পাৰি। এই নীতিকে অৱলম্বন কৰি ঘৰৰ পৰাই এমটেক উত্তীৰ্ণ হ’ল আফগানিস্তানৰ ছাত্ৰী বেহছিতা খাইৰুদ্দিন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস