--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৰণ্যৰ মাজত পৰি ৰৈছে শাৰী শাৰী মূৰ্তি। এই মূৰ্তি বোৰ কোনে কেতিয়া নিৰ্মাণ কৰিছিল সেয়া সঠিককৈ জনা নাযায়। মূৰ্তিবোৰে আজিও পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে।এই মূৰ্তিবোৰ জাপানৰ নিক্কো-ছি চহৰৰ এক পাহাৰীয়া অঞ্চলত দেখিবলৈ পোৱা যায়। হাবিৰ মাজত শাৰী শাৰীকৈ থকা এই মূৰ্তিবোৰক জাপানত  জিজো বুলি কোৱা হয়। 

পৰ্যটকসকল কানমঙ্গফুচিৰ হাবিত থকা  জাপানী দেৱতা জিজোৰ অসংখ্য মূৰ্তিৰ দেখি হতভম্ব হৈ আহিছে।


ঘন অৰণ্যৰ  মাজত এটা ঠেক পথ আছে । ইয়াৰ কাষতে গছৰ মাজত শাৰী শাৰীকৈ সজোৱা আছে   শিলৰ মূৰ্তি বোৰ। প্ৰত্যেকটো মূৰ্তিৰে  মূৰত একোটাকৈ  ৰঙা টুপী আছে।  ডিঙিত ওলমি আছে ৰঙা  ৰঙৰ কাপোৰ এখন । মাক দেউতাকে সাধাৰণতে শিশুসকলক ভয় খুৱাবলৈ এইবোৰ মূৰ্তিৰ কথা কয় ।


প্ৰতি  বছৰে  জাপানত সেই মূৰ্তিবোৰ চাবলৈ বিশ্বৰ বহু দেশৰ লোকে ভিৰ কৰে। আচৰিত কথাটো হ’ল   সেই মূৰ্তিবোৰ গণনা কৰা আৰম্ভ কৰাৰ লগে লগেপ্ৰতিবাৰে গণনাত আউল লাগে বুলি বহুতে কৈ আহিছে।প্ৰতিবাৰ গণনা কৰোতে মূৰ্তিৰ হিচাব হেনো বেলেগ বেলেগ ওলায়। মুঠতে কিমানটা মূৰ্তি আছে? সেই সংখ্যাটো এতিয়াও সেয়ে কোনেও  মিলাব পৰা নাই। জাপানী লোককাহিনীত এই মূৰ্তিবোৰৰ কথা উল্লেখ আছে। মূৰ্তিবোৰকলৈ অধিক গৱেশণা কৰিলে হয়তো নতুন নতুন তথ্য পোহৰলৈ আহিব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ