--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ওড়িশাত পুনৰ সংঘটিত হৈছে ৰে’লত অঘটন। ৰাজ্য খনত এইবাৰ পুৰী-দূৰ্গ এক্সপ্ৰেছৰ এচি দবাৰ  ব্ৰেক পেডত জুই লগাত আতংকিত হৈ পৰে যাত্ৰীসকল।

 ইষ্ট কোষ্ট ৰেলৱেই এক বিবৃতিত কয় যে বৃহস্পতিবাৰে সন্ধিয়া খাৰিয়াৰ ৰোড ষ্টেচনত উপস্থিত হোৱাৰ লগে লগে ৰে'লখনৰ বি-৩ দবাত ধোঁৱা ওলাই থকা  ধৰা পৰে। বিষয়াসকলৰ মতে ঘৰ্ষণৰ বাবেই ব্ৰেক পেডত জুই লাগে।খাৰিয়াৰ ৰোড ষ্টেচনত সংঘটিত এই ঘটনাৰ পিছতে দবাটো আঁতৰাই পেলোৱা হয়।

 অৱশ্যে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই।   বৃহস্পতিবাৰে নিশা ১১:০০ বজাত ৰেলখনে পুনৰ ষ্টেছনটোৰ পৰা  প্ৰস্থান কৰে। উল্লেখ্য ওড়িশাত শেহতীয়াকৈ সংঘটিত কৰমণ্ডল এক্সপ্ৰেছৰ দুৰ্ঘটনাত ২৮৮ গৰাকী যাত্ৰী নিহত হৈছে। এতিয়াও ১০১ টা মৃতদেহ চিনাক্ত নোহোৱাকৈয়ে মৰ্গত পৰি ৰৈছে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস