--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আচলতে আমি বলীউডৰ ষ্টুডেন্ট হিচাপে পৰিচিত সিদ্ধাৰ্থ মালহোত্ৰাৰ কথা কৈছো। তেওঁ প্ৰতিখন ছবিতে অগতানুগতিক চৰিত্ৰত অভিনয় কৰি আহিছে আৰু নিজৰ অভিনয়েৰে মানুহৰ হৃদয়ত গভীৰ ছাপ পেলাবলৈ সক্ষম হৈছে । আজি অভিনেতা গৰাকীৰ জন্মদিনত আমি আপোনালোকক তেওঁৰ বিলাসী জীৱন, মাচুল আৰু নেট ৱৰ্থৰ ওপৰত আলোচনা কৰিম ৷
वर्कफ्रंट की बात करें तो सिद्धार्थ आखिरी बार फिल्म ‘योद्धा’ में नजर आए थे. इसके अलावा उन्हें रोहित शेट्टी की वेब सीरीज ‘इंडियन पुलिस फोर्स’ में भी देखा गया था.

সকলোৱে জানে যে ২০১২ চনত কৰণ জোহৰৰ ‘ষ্টুডেণ্ট অৱ দ্য ইয়েৰ’ ছবিৰে বলীউডত অভিষেক ঘটাছিল সিদ্ধাৰ্থ মালহোত্ৰাই। অভিনেতাজনৰ প্ৰথমখন ছবিয়েই ব্লকবাষ্টাৰ হিট হৈছিল। 


बात करें सिद्धार्थ मल्होत्रा की नेटवर्थ की तो, जमसत्ता की एक रिपोर्ट्स के मुताबिक एक्टर आज अपनी एक्टिंग के दम पर करीब 85 करोड़ रुपये की संपत्ति के मालिक हैं.

ইয়াৰ পিছত সিদ্ধাৰ্থৰ সপোনে আকাশলৈ উৰা মাৰে। এটাৰ পাছত এটাকৈ ‘এক ভিলেইন’ আৰু ‘শ্বেৰশ্বাহ’ৰ দৰে ছবিৰে ৰূপালী পৰ্দাত যথেষ্ট আলোড়নৰ ঢৌ আনিবলৈ তেওঁ সক্ষম হয়।

इसके बाद सिद्धार्थ के करियर ने खूब उड़ान भरी. फिर उन्होंने ‘एक विलेन’ और ‘शेरशाह’ जैसी पर्दे पर खूब बवाल काटा.

অতি কম সংখ্যক লোকেহে জানে যে সিদ্ধাৰ্থই নিজৰ খৰচ উলিয়াবলৈ মাত্ৰ ১৮ বছৰ বয়সৰ পৰাই মডেলিং আৰম্ভ কৰিছিল। এই সময়ছোৱাত তেওঁ চেমচাঙৰ এটা অভিযানত কাম কৰিছিল। যাৰ বাবে তেওঁ ২ৰ পৰা ৩ হাজাৰ টকা পাইছিল।

কৃতিকলৈ ঈৰ্ষাত কিয়াৰা, সিদ্ধাৰ্থ মালহোত্ৰাই লগালে জগৰ!

তাৰ পিছত ৪ বছৰ মডেলিং কৰাৰ পিছত অভিনেতাগৰাকীয়ে মুম্বাইলৈ গুচি যায় আৰু অডিচন দিবলৈ আৰম্ভ কৰে বহু সংগ্ৰামৰ অন্তত সিদ্ধাৰ্থ মালহোত্ৰাই কৰণ জোহৰৰ ছবি 'মাই নেম ইজ খান'ত সহকাৰী পৰিচালক হিচাপে যোগদান কৰাৰ সুযোগ পায়।

Sidharth Malhotra calls off his nine-year-long association with Matrix  Entertainment : Bollywood News - Bollywood Hungama
এক প্ৰতিবেদন অনুসৰি অভিনয়ৰ ভিত্তিত সিদ্ধাৰ্থ মালহোত্ৰা আজি প্ৰায় ৮৫ কোটি টকাৰ সম্পত্তিৰ মালিক। সিদ্ধাৰ্থৰ মুম্বাইত এখন বিলাসী ঘৰ আছে। ইয়াৰ উপৰিও অভিনেতাগৰাকীৰ ৰেঞ্জ ৰভাৰ, এছ ইউ ভি, মাৰ্চিডিজ বেঞ্জ এম এল ৩৫০ৰ দৰে ডাঙৰ গাড়ীও আছে। কামৰ কথা ক’বলৈ গ’লে সিদ্ধাৰ্থক শেষবাৰৰ বাবে দেখা গৈছিল ‘যোদ্ধা’ ছবিত। ইয়াৰ উপৰিও ৰোহিত শ্বেট্টীৰ ৱেব ছিৰিজ ‘ইণ্ডিয়ান পুলিচ ফোৰ্চ’তো তেওঁক দেখা গৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ