--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অপহৰণ কৰা হ’ল নেকি কপিল দেৱক! ভাৰতৰ প্ৰাক্তন অ’পেনাৰ গৌতম গম্ভীৰে সামাজিক মাধ্যমত শ্বেয়াৰ কৰা এটা ভিডিঅ’ ক্লিপৰ পৰা এই প্ৰশ্ন উত্থাপন হৈছে।

ভাৰতৰ প্ৰাক্তন অধিনায়ক কপিল দেৱক ৰছীৰে বান্ধি লৈ যোৱাৰ ভিডিঅ’ আপলোড কৰি অনুৰাগীক স্তম্ভিত কৰি তুলিছিল গম্ভীৰে। ভিডিঅ’ত দেখা যায় যে দুজন লোকে কপিল দেৱক এটা কোঠাৰ ভিতৰলৈ লৈ গৈছিল। লগে লগে ভিডিঅ’টো ভাইৰেল হৈ পৰে।

গম্ভীৰ ভিডিঅ’টোৰ কেপচনত এইদৰে লিখিছে, “আন কোনোবাইও এই ক্লিপটো লাভ কৰিছেনে? আশাকৰোঁ  কপিল পাজী ভালেই আছে!’’

মন কৰিবলগীয়া যে ভিডিঅ’টোৰ বিষয়ে একো নিশ্চিত কৰিব পৰা হোৱা নাই। নেটিজেনসকলে এই ক্লিপটো এড ক্লিপৰ বুলি আঙুলিয়াই দি গম্ভীৰক বিভ্ৰান্তিকৰ যেন লগা এনে ভিডিঅ’ শ্বেয়াৰ কৰাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ