--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অশান্ত মণিপুৰলৈ পূৰ্বৰ নিৰ্ধাৰিত  সময়সূচী অনুসৰি  বিৰোধী  মিত্ৰজোঁট ইণ্ডিয়াৰ প্ৰতিনিধি দলটোৱে শনিবাৰে পুৱা ৰাওনা হৈছে। ১৬ টা বিৰোধী  দলৰ প্ৰায় ২০ জন প্ৰতিনিধিয়ে  আজি দিল্লী বিমানবন্দৰৰ পৰা মণিপুৰলৈ ৰাওনা হয়।  ইম্ফল পোৱাৰ পিছত তেওঁলোকে হেলিকপ্টাৰেৰে চুৰাচান্দপুৰলৈ যোৱাৰ কথা ।

 তেওঁলোকে দেওবাৰে মণিপুৰৰ ৰাজ্যপাল অনাচুয়া ৱিকেকো সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে।প্ৰতিনিধি দলটোৰ নেতৃত্ব দিছে কংগ্ৰেছৰ সংসদীয় নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে। ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ সুস্মিতা দেৱ, আৰডিজেৰ মনোজ কুমাৰ, আপৰ সুশীল গুপ্তা, কংগ্ৰেছৰ গৌৰৱ গগৈ  আৰু ডিএমকেৰ কানিমোঝিও ২০ জনীয়া প্ৰতিনিধিৰ দলটোত  আছে।

(এয়া এটা ব্ৰেকিং নিউজহে। পৰৱৰ্তী সময়ত প্ৰাগ নিউজ ডিজিটেলৰ পঢ়ুৱৈ তথা দৰ্শকসকলক সবিশেষ খবৰ জনোৱাৰ আমাৰ প্ৰয়াস অব্যাহত থাকিব)। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস