--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অৱশেষত অস্ত্ৰ অনুজ্ঞাপত্ৰ লাভ কৰিলে বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানে৷ অভিনেতা ছলমান খানে মৃত্যুৰ ভাবুকিৰ লাভ কৰাৰ পাছতে অস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ বাবে আবেদন কৰিছিল আৰু আজি তেওঁ অনুজ্ঞাপত্ৰ লাভ কৰে।

অভিনেতা ছলমান খানে শেহতীয়াকৈ লাভ কৰা ভাবুকিপত্ৰৰ পাছত আত্মসুৰক্ষাৰ বাবে আবেদন কৰাৰ পিছত তেওঁলৈ অস্ত্ৰ অনুজ্ঞাপত্ৰ জাৰি কৰা হৈছে বুলি মুম্বাই আৰক্ষীয়ে সদৰী কৰিছে। ২৯ মে’ত পঞ্জাবৰ জনপ্ৰিয় সংগীতশিল্পী সিদ্ধু মুছেৱালাক গুলীয়াই হত্যা কৰাৰ কেইদিনমান পিছতে জুনৰ আৰম্ভণিতে অভিনেতাজন আৰু তেওঁৰ দেউতাকক মৃত্যুৰ ভাবুকি দিয়া দেখা গৈছিল।

যোৱামাহত খানে মুম্বাই আৰক্ষী আয়ুক্তক লগ কৰাৰ পিছত অনুজ্ঞাপত্ৰ জাৰি কৰ্তৃপক্ষই প্ৰয়োজনীয় তদন্ত আৰম্ভ কৰিছিল। 

উল্লেখযোগ্য যে, অভিনেতাজনে যোৱা মাহৰ শেষৰ ফালে মুম্বাই আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ গৈ বন্দুকৰ অনুজ্ঞাপত্ৰৰ বাবে শীৰ্ষ আৰক্ষী বিবেক ফানচালকাৰক সাক্ষাৎ কৰিছিল।






FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ