--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমৰ লগতে দেশৰ কেইবাখনো ৰাজ্যত বৰষুণ আৰু ধুমুহাৰ সতৰ্কতা জাৰি বতৰ বিজ্ঞান বিভাগৰ। দেশৰ কেইবাখনো ৰাজ্যত বৰষুণ আৰু ধুমুহাৰ সতৰ্কতা

মুঠ ৬২খন জিলাত ধুমুহাৰ সতৰ্কতা। দিল্লীত আগন্তুক ২দিনলৈ ধাৰাবাহিক বৰষুণ আৰু ধুমুহা।

দিল্লীত সৰ্বনিম্ন উষ্ণতা প্ৰায় ২৬-২৮ ডিগ্ৰী আৰু সৰ্বোচ্চ উষ্ণতা ৩৮-৩৯ ডিগ্ৰী পৰ্যন্ত হ'ব পাৰে।

হাৰিয়ানা, চণ্ডীগড়, পঞ্জাব, ৰাজস্থান, উত্তৰ প্ৰদেশত ধুমুহাৰ লগতে পাতলীয়া বৰষুণৰ সম্ভাৱনা।  

উত্তৰ প্ৰদেশৰ বহু জিলাত আজি প্ৰচণ্ড ধুমুহাৰ সম্ভাৱনা। পশ্চিম উত্তৰ প্ৰদেশত প্ৰচণ্ড বতাহ ঘণ্টাত ৫০ কিলোমিটাৰ বেগেৰে বলিব পাৰে।

পূব উত্তৰ প্ৰদেশত বতাহৰ গতিবেগ প্ৰতি ঘণ্টাত ৪০ কিলোমিটাৰ হ'ব। উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজ, ফতেহপুৰ, প্ৰতাপগড়কে ধৰি ৬২খন জিলাত ধুমুহাৰ সতৰ্কতা।

২৪ ঘণ্টাৰ ভিতৰত পশ্চিমবংগ, ওড়িশা, কৰ্ণাটকৰ লগতে কেৰালাত মধ্যমীয়া বৰষুণৰ সম্ভাৱনা। জম্মু-কাশ্মীৰ, উত্তৰাখণ্ড, হিমাচল প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড, ছত্তীশগড়, তেলেংগানা, মহাৰাষ্ট্ৰ আৰু তামিলনাডুতো বৰষুণ।

অসমত ১১ আৰু ১২ মে'ত বৰষুণৰ লগতে ধুমুহা অহাৰ সম্ভাৱনা।

জনসাধাৰণক সতৰ্ক হৈ থাকিবলৈ আহ্বান।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ