--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজি ৰহাত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু। ৰহাত উপস্থিত হৈয়ে অসমৰ মিডিয়াক উচ্চ প্ৰশংসা কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। মন্ত্ৰীগৰাকীয়ে কয়, অসমৰ মিডিয়াই ভাল ভাল কাম কৰে। অসমৰ মিডিয়া বহুত স্মাৰ্ট হোৱাৰ লগতে বহুত দায়িত্বশীল। অসমৰ মিডিয়া বহুত ভাইব্ৰেন্ট হয় বুলিও কয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

মংগলবাৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লোকসভা প্ৰৱাস যোজনাৰ অংশ হিচাপে ৰহাৰ ঘাঁহীত নৱ প্ৰজন্মৰ ভোটাৰৰ সৈতে মত বিনিময়  অনুষ্ঠানত অংশ লৈছিল। সেই মত-বিনিময় অনুষ্ঠানতে কংগ্ৰেছক কঠোৰ সমালোচনা কৰে ৰিজিজুৱে। ইপিনে কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা অৰ্থহীন বুলি মন্তব্য কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়,  ৰাহুল গান্ধীয়ে ভাৰতক ভাগ ভাগ কৰি জাতি জনগোষ্ঠীৰ মাজত বিবাদ আনিছে। পাকিস্তান আৰু সন্ত্ৰাসবাদীয়ে যি কথা কয় ৰাহুল গান্ধীয়ে তাকেই কয় বুলি মন্তব্য কৰে ৰিজিজুৱে। 

উল্লেখযোগ্য যে, ২৪ৰ নিৰ্বাচনলৈ এতিয়া সাজু হৈছে বিজেপি । শাসকীয় দলটোৱে আৰম্ভ কৰিছে নিৰ্বাচনী কুছকাৱাজ, সাংগঠনিক তৎপৰতা। এতিয়া যুঁজত নামি পৰিছে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু।  ৰিজিজুয়ে সঘনাই তৃণমুল কৰ্মীৰ সৈতে কৰিছে মেল-মিটিং। শেহতীয়াভাৱে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে নগাওঁ আৰু কলিয়াবৰ লোকসভা সমষ্টিত বৃদ্ধি কৰিছে সাংগঠনিক কাম-কাজ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক