--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি দেশত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। মুঠ ১৩৫২গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত। মহিলা প্ৰাৰ্থীৰ সংখ্যা হৈছে মাত্ৰ ১২৩গৰাকী অৰ্থাৎ ৯শতাংশ।

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত হেভীৱেট প্ৰাৰ্থীসকলৰ ভিতৰত আছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ লগতে সুপ্ৰিয়া চুলে আৰু কৰ্ণাটক প্ৰাক্তন মুখ্যমন্ত্ৰী বাসাভাৰাজ বমমাই হৈছে অন্যতম। 

অসমৰ ৪০টা বিধানসভা সমষ্টি আগুৰি থকা ৪টা লোকসভা সমষ্টিত অনুষ্ঠিত হ'ব লগা এই নিৰ্বাচনত ৪৭গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব।


অসমৰ কোন সমষ্টিত কেইজন প্ৰাৰ্থীঃ-

গুৱাহাটী

প্ৰাৰ্থিত্ব আগবঢ়োৱা প্ৰাৰ্থীৰ সংখ্যা- ৮গৰাকী

বিজুলী কলিতা মেধি- বিজেপি

মীৰা বৰঠাকুৰ গোস্বামী- কংগ্ৰেছ

অমিতাভ শৰ্মা- একমত সনাতন ভাৰত দল

ছিজন গয়াৰী- বহুজন মহা পাৰ্টি

দিলীপ কুমাৰ বড়ো- ভোটাৰছ পাৰ্টি ইণ্টাৰনেচনেল

ছামাদ চৌধুৰী- ভাৰতীয় গণ পৰিষদ

কাজি নেকিব আহমেদ- নিদৰ্লীয়

গকুল চন্দ্ৰ সিনহা- নিদৰ্লীয়

বৰপেটা

প্ৰাৰ্থিত্ব আগবঢ়োৱা প্ৰাৰ্থীৰ সংখ্যা- ১৪গৰাকী

দীপ বায়ন- কংগ্ৰেছ

ফণীভূষণ চৌধৰী- অসম গণ পৰিষদ

মনোৰঞ্জন তালুকদাৰ- চি পি আই এম

হামিজ উদ্দিন- বি পি এফ

আবু বক্কৰ চিদ্দিকী- ৰাষ্ট্ৰীয় ওলেমা কাউন্সিল

আবুল কৰিম আজাদ- তৃণমূল কংগ্ৰেছ

আমজাদ আলী- ৰিপ্লাবিকান পাৰ্টি অৱ ইণ্ডিয়া

চিত্ৰলেখা দাস –ছচিয়েলিষ্ট চেন্টাৰ অৱ ইণ্ডিয়া

শ্বাহজাহান আলী খান- ভোটাৰছ পাৰ্টি ইণ্টাৰনেচনেল

আইনুল হক- নিৰ্দলীয়

জগন্নাথ ৰয়- নিদৰ্লীয়

দুলু আহমেদ- নিদৰ্লীয়

দেৱান মহিবুল ইছলাম- নিদৰ্লীয়

মাতিৱাৰ ৰহমান- নিদৰ্লীয়


ধুবুৰী

প্ৰতিদ্বন্দ্বিতা কৰা মুঠ প্ৰাৰ্থীৰ সংখ্যা- ১৩গৰাকী

জাবেদ ইছলাম- অসম গণ পৰিষদ

মহম্মদ বদৰুদ্দিন আজমল- এ আই ইউ ডি এফ

ৰকিবুল হুচেইন- কংগ্ৰেছ

এছ এম জাইৰুল হক- ভাৰতীয় গণ পৰিষদ

সুৰত জামান মণ্ডল- চচিয়েলিষ্ট ইউনিটী চেন্টাৰ অৱ ইণ্ডিয়া

তাহিদুৰ ৰহমান- ভোটাৰছ পাৰ্টি ইন্টাৰনেচনেল

ৰাধাৰাণী বিশ্বাস- হিন্দু সমাজ পাৰ্টি

ৰেজাওল কৰিম- ৰিপ্লাবিকান পাৰ্টি অৱ ইণ্ডিয়া

হুকুৰ আলী- অসম গণ মৰ্চা

হাফিজ বুৰহানুদ্দিন- দ্য নেচনেল ৰোড মেপ পাৰ্টি অৱ ইণ্ডিয়া

অলকেশ ৰয়- নিদৰ্লীয়

ফাৰুক খান- নিদৰ্লীয়

বিশ্বজিত ৰয়- নিদৰ্লীয়

কোকৰাঝাৰ (এছ টি)

প্ৰতিদ্বন্দ্বিতা কৰা মুঠ প্ৰাৰ্থীৰ সংখ্যা- ১২গৰাকী

খাম্ফা বৰগৰায়ী- বিপিএফ

গৰ্জন মুছাহাৰী- কংগ্ৰেছ

 জয়ন্ত বসুমতাৰী- ই পি পি এল

 গৌৰীশংকৰ শৰণীয়া- তৃণমূল কংগ্ৰেছ

বিনীতা ডেকা- গণ সুৰক্ষা পাৰ্টি

ললিত পেগু- ভোটাৰছ পাৰ্টি ইন্টাৰনেচনেল

অজয় নাৰ্জাৰী- নিদৰ্লীয়

 জ্যোতিষ কুমাৰ দাস- নিদৰ্লীয়

তিপ্তীনা ৰাভা- নিদৰ্লীয়

 পংকজ ইছলাৰী- নিদৰ্লীয়

পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচ- নিদৰ্লীয়

 ৰণজয় কুমাৰ ব্ৰহ্ম- নিদৰ্লীয়


অসমৰ মুঠ ৮১,৭৭,২০২গৰাকী লোকে ভোটাধিকাৰ সাব্যস্ত কৰিব। অসমৰ ২লাখ ১০হাজাৰ নতুন ভোটাৰে তৃতীয় পৰ্যায়ৰ নিৰ্বাচন দিব ভোট। অসমত ভোটকেন্দ্ৰৰ সংখ্যা হৈছে ৯,৫০১৬টা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ