--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত বহু প্ৰত্যাশিত দিনটো আহি পালে। অষ্টাদশ লোকসভা নিৰ্বাচনৰ আজি ভোটগণনা হৈ আছে। মঙলবাৰে পুৱা ৮-০০ বজাৰ লগে লগে আৰম্ভ হয় ভোটগণনা পৰ্ব।

যোৰহাটত অগ্ৰগতিৰ ধাৰাবাহিকতা অব্যাহত ৰাখিছে গৌৰৱ গগৈয়ে। কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে এই মূৰ্হুত লৈকে লাভ কৰিছে ১৩৪৩২২টা ভোট।

ইয়াৰ বিপৰীতে বিজেপি প্ৰাৰ্থী তপন গগৈয়ে লাভ কৰিছে ১১২৯৯৮টা ভোট। বিজেপি প্ৰাৰ্থগৰাকীতকৈ গৌৰৱ গগৈয়ে ২১,২২৪টা ভোট আগবাঢ়ি আছে।

উল্লেখ কৰা প্ৰয়োজন যে, EVMৰ ২৬৮৭২৩টা ভোটৰ গণনা হৈছে এই মূৰ্হুতলৈকে। ইয়াৰে ৫৩.১২শতাংশ ভোট লাভ কৰিছে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে।

বিজেপি প্ৰাৰ্থীয়ে তপন গগৈয়ে লাভ কৰা ভোটৰ শতাংশ গৈছে ৪৪.৯ শতাংশ। নটাত এই মূৰ্হুতলৈকে ০.৯শতাংশ লোকে ভোট পৰিছে যোৰহাট লোকসভা সমষ্টিত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ