--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অসমবাসীৰ বাবে ঐতিহাসিক ক্ষণ৷ নতুন দিল্লীত স্বাক্ষৰিত হ’ল কেন্দ্ৰ-অসম চৰকাৰ আৰু আলোচনাপন্থী আলফাৰ শান্তি চুক্তি৷ 

দিল্লীত সম্পন্ন অসমৰ বাবে ঐতিহাসিক শান্তি চুক্তি স্বাক্ষৰিত হয়৷ গৃহ মন্ত্ৰালয়ত অমিত শ্বাহৰ উপস্থিতিত শান্তি চুক্তি স্বাক্ষৰিত হয়৷ অসম চৰকাৰৰ হৈ মুখ্য সচিব পৱন বৰঠাকুৰে কৰে স্বাক্ষৰ৷ ১২ বছৰীয়া আলোচনা প্ৰক্ৰিয়াৰ পৰিণতি এই শান্তি চুক্তি৷ 

চুক্তি স্বাক্ষৰ পাছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, আজিৰ দিনটো অসমৰ বাবে এক ঐতিহাসিক দিন। প্ৰধানমন্ত্ৰী মোদীৰ কাৰ্যকালত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্দেশনাত অসমৰ শান্তিৰ বাবে নিৰন্তৰ প্ৰক্ৰিয়া চলি আছে৷ ইতিমধ্যে তিনিখন চুক্তি স্বাক্ষৰিত হৈছে আৰু তিনিখন চুক্তিৰ সৈতে অসমত জনজাতীয় উগ্ৰবাদৰ সমাপ্তি ঘটিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক